বৃহৎ ভূমিকম্পই জোকাৰি গ’ল কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ! জানো আহক সবিশেষ

এটা বৃহৎ ভূমিকম্পই কঁপাই তুলিলে অৰুণাচল প্ৰদেশ।
৫.৮ মেগনিটিউডৰ ভূমিকম্পটো সংঘটিত হয় আজি সন্ধিয়া ৭.১৮ বজাত।
ভূমিকম্পটোৰ কেন্দ্ৰবিদন্দু চাংলং নামৰ জিলাখনৰ পপা ৪০২ নিলগৰ দক্ষিণ পূব দিশত।
Earthquake of Magnitude:5.8, Occurred on 21-05-2021, 19:18:41 IST, Lat: 25.67 & Long: 99.96, Depth: 100 Km ,Location: China, for more information Download the BhooKamp App https://t.co/EfLaQJhKlc @ndmaindia @IMD_Earthquake pic.twitter.com/L74hiVUlRK
— National Center for Seismology (@NCS_Earthquake) May 21, 2021
ভূমিকম্পটো ভূমিপৃষ্ঠটোৰ ১০০ কিলোমিটাৰ গভীৰৰ পৰা অনুভূত হৈছিল।
উল্লেখযোগ্য উত্তৰ পূবত শেহতীয়াকৈ কেইবাটাও সৰু-ডাঙৰ ভূমিকম্প হৈ আছে।
ভূমিকম্পটোৰ ফলত বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।