NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ বৰগোলাইত ৰে’ল দুৰ্ঘটনা: চিৰিৰ পৰা পিচলি পৰিল লিডু মাৰ্ঘেৰিটা-গুৱাহাটী অভিমুখী ইন্টাৰচিটি ৰে’ল

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ June 27, 2021 6:14 pm
dog

মাৰ্ঘেৰিটাৰ বৰগোলাইত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা।

লিডু মাৰ্ঘেৰিটা – গুৱাহাটী অভিমুখী ইন্টাৰ চিটি ৰে’ল খন আজি দুৰ্ঘটনাত পতিত হয়। কিছুদূৰ গৈয়ে বৰগোলাই নামে ঠাইত ৰে’ল খন চিৰিৰ পৰা পিচলি পৰে ।covid-vaccine-mixing

 

অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনোলোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

অধিক গতিবেগ হোৱাৰ বাবেই ৰে’ল খন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি ভবা হৈছে।

a babu

অৱশ্যে তদন্তৰ পিছতহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। দুৰ্ঘটনাৰ ফলত প্ৰায় ১৫০ মিটাৰ ৰেল পথ ভাঙি যায়।

ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল বিভাগৰ উদ্ধাৰকাৰীৰ দল।