NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীক সকিয়ালে বিধায়ক অখিল গগৈয়ে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 7, 2021 6:01 pm
kk

শিৱসাগৰৰ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীক সকিয়ালে বিধায়ক অখিল গগৈয়ে।

বিধায়ক অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ কোনো এটা কাৰ্যালয়ত সংঘটিব হ’বলৈ দিয়া নহব দুৰ্নীতি।

সময়মতে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বিষয়া কৰ্মচাৰী। জনতাৰ কাম সময়মতে ঘোচ নোলোৱাকৈ কৰি দিব লাগিব প্ৰতিটো চৰকাৰী বিভাগে।

অন্যথা শিৱসাগৰৰ পৰা বদলি হৈ যাবলৈ নিৰ্দেশ বিধায়ক অখিল গগৈৰ।

আজি দিনত প্ৰায় পাঁচ ঘন্টা সময় ধৰি শিৱসাগৰৰ বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰীসকলৰ লগত আলোচনাত মিলিত হৈ বিভিন্ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি আৰু কাম কাজৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় বিধায়ক গৰাকীয়ে।