NORTHEAST NOW (Assamese)
অসম

অসম-মিজোৰামৰ সীমা সংঘাতৰ প্ৰসংগত উত্তপ্ত বিধানসভা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 4, 2021 12:47 pm
ass

অসম-মিজোৰামৰ সীমা সংঘাতক লৈ উত্তপ্ত বিধান সভা, ৪০ মিনিটৰ বাবে স্থগিত সদন ।

অসম বিধান সভাত অসম-মিজোৰামৰ সীমান্ত সংঘাতৰ প্ৰসংগ উত্থাপন কৰিছিল বিৰোধী বিধায়কে।

মন্ত্ৰী পিযুষ হাজৰিকাই বিষয়টোকলৈ কৰা বক্তব্যত ক্ষোভিত হৈ পৰে বিৰোধী।

হাতে হাতে প্লে কাৰ্ড লৈ বিধানসভাৰ মজিয়াত প্ৰতিবাদ সাৱ্যস্ত কৰে বিৰোধীয়ে।

ফলত ৪০ মিনিটৰ বাবে স্থৱিৰ হৈ পৰে সদনৰ কাম-কাজ।