NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইৰ বেকীপুলত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ

Posted by: নীলমণি শৰ্মা ,কৃষ্ণাই Updated by: নীলমণি শৰ্মা ,কৃষ্ণাই January 9, 2022 5:35 pm

কৃষ্ণাইৰ বেকীপুলত উদ্ধাৰ হৈছে অচিনাক্ত এটি মৃতদেহ ৷

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৰ্ধনগ্ন অৱস্থাত এটা জুৰিৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো ৷

মৃত লোক জনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

ঘটনাস্থলীত ইতিমধ্যে কৃষ্ণাই আৰক্ষী আহি উপস্থিত হৈছে, মৃতদেহটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত ৷

পানীত পুৰুষৰ অচিনাক্ত মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচতে চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

কোনো লোকে হত্যা কৰি মৃতদেহটো পানীত পেলাই দিছে নে এয়া এক দুৰ্ঘটনা সেয়া মৰণোত্তৰ পৰীক্ষাৰ অন্তত হৈ পোহৰলৈ আহিব