NORTHEAST NOW (Assamese)
অসম

Covid Update: ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল ক’ভিডত,মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2022 6:49 am
WhatsApp Image 2021-12-26 at 7.19.51 AM

ৰাজ্যত বিগত ২৪ ঘন্টাত কভিত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে পজিটিভিটিৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। এই সময়ছোৱাত দৈনিক মৃত্যুৰ সংখ্যা প্ৰায় একেই আছে।

যোৱা ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে সুস্থতাৰ হাৰ আৰু বৃদ্ধি পাইছে।

শুকুৰবাৰ দিনটোত ৰাজ্যখনত মুঠ ৭৩৯ গৰাকী লোক কভি-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, বিগত ২৪ ঘন্টাত কেৱল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৬৫গৰাকী লোক।

শুকুৰবাৰে ৰাজ্যখনত মুঠ ,৭২৯ গৰাকী লোকৰ কভিড টেষ্ট কৰা হয়।

এই সময়ছোৱাত ৰাজ্যখনত পজিটিভিটিৰ হাৰ হৈছে ২.৬৭ শতাংশ।

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯.২ শতাংশ।

ইপিনে, বিগত ২৪ ঘন্টাত ৰাজ্যখনত কভিডত ১৫ জন লোকৰ মৃত্যু ঘটিছে।