NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ পুলিবৰৰ পাষণ্ড কিশোৰী ধৰ্ষণকাৰী ৰিতুল আলিক গ্ৰেপ্তাৰ পুলিবৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, যোৰহাট Updated by: এন ই নাও নিউজ, যোৰহাট June 3, 2022 9:16 am

যোৰহাটৰ পুলিবৰৰ পাষণ্ড নৰপিশাচ কিশোৰী ধৰ্ষণকাৰী ৰিতুল আলিক পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে l

৫৫ বছেৰীয়া ধৰ্ষণকাৰীটোৱে এগৰাকী নাবালিকাক ছলনাৰে অন্ত:সত্বা  কৰিছিল l

ধৰ্ষণকাৰী ৰিতুলে নিজেই হাত কটাৰ লগতে হাৰপিক খাই আত্মহত্যা কৰাৰ চেষ্টা চলাইছিল l

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহী যুৱকক

অৱশেষত গোপন অভিযানত পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নৰপিশাচ ধৰ্ষণকাৰী ৰিতুলক l

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰিতুল আলীক চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছে।