NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেম এবাৰেই হ’ব কি কথা আছে! সুস্মিতা সেনৰ জীৱনলৈও নামিছিল কেইবাটাও ফাগুন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 15, 2022 7:49 pm

সম্প্ৰতি চৰ্চাত আছে সুস্মিতা সেন আৰু ললিত মোদীৰ প্ৰেমৰ খবৰ। এক টুইট যোগে ললিত মোদীয়ে অভিনেত্ৰীগৰাকীৰ সৈতে সম্পৰ্কৰ কথা ৰাজহুৱা কৰাৰ পাছত ব্যাপক ৰূপত চৰ্চিত হৈ পৰিছে এই প্ৰেমৰ সম্বন্ধ।

১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছৰ খিতাপ জয়ী সুস্মিতা সেনৰ অনবদ্য চেহেৰা আৰু আকৰ্ষণীয় ব্যক্তিত্বই লাখ লাখ লোকৰ হৃদয় জয় কৰিছে। পিছে লাখে লাখে লোকে পচন্দ কৰিলেও জানো মিলিব নালাগিব পৰস্পৰৰ মন! সেই লাখ-লাখ প্ৰেমিকৰ মাজৰ পৰা কেইজনমানৰ সৈতে পিছে অৱশ্যেই মন মিলিছিল সুস্মিতা সেনৰ।

ৱাছিম আক্ৰামৰ পৰা অনিল আম্বানী হৈ শেহতীয়াকৈ ললিত মোডীলৈকে কেইবাগৰাকীও মন পচন্দৰ লোকৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল সুস্মিতা সেন। চাওঁ আহক কোন কোন আছিল সুস্মিতাৰ প্ৰেমিকৰ তালিকাত:

১. ৰহমান শ্বল

২. ঋতিক ভাচিন

 

৩. ৰনদ্বীপ হুদা

 

৪. বাণ্টী সাজদেহ

৫. সঞ্জয় নাৰংগ

৬. বিক্ৰম ভাট

৭. সবীৰ ভাটিয়া

৮. ইমতিয়াজ খাট্ৰি

৯. মুদচ্ছৰ আজিজ

১০. অনিল আম্বানী

১১. ৱাছিম আক্ৰাম

১২. মানৱ মেনন

১৩. ললিত মোদী