NORTHEAST NOW (Assamese)
Popular Stories

সৌৰজগতত নতুন নক্ষত্ৰ আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে; দেখিবলৈ কেনেকুৱা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2024 8:13 pm

প্ৰায় এটা দশকৰ পাছত জ্যোতিৰ্বিজ্ঞানীসকলে মহাকাশত এটা নতুন ৰহস্যময় নক্ষত্ৰ আৱিষ্কাৰ কৰিছে।

জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে নিশাৰ আকাশত থকা এই নক্ষত্ৰটো বহুখিনি ধোঁৱাৰ দৰে দেখা যায়।

ব্ৰিটেইনৰ সৌৰ-গৱেষণা প্ৰতিষ্ঠান ৰয়েল এষ্ট্ৰ’নমিকেল ছ’চাইটিয়ে চলিত মাহৰ ২৫ জানুৱাৰীত এক বিজ্ঞপ্তিযোগে এই তথ্য প্ৰকাশ কৰে।

লগতে পঢ়কঃ ৪ খন মেচত ৫ টা শতক! বিশ্ব অভিলেখ গঢ়িলে বিধু বিনোদ চোপ্ৰাৰ পুত্ৰ অগ্নিয়ে

নতুনকৈ আৱিষ্কাৰ হোৱা এই বিশাল নক্ষত্ৰটো মিল্কি ৱে গেলাক্সিৰ ওচৰতে অৱস্থিত।

দশক দশক ধৰি নক্ষত্ৰবোৰ আৱিষ্কাৰ নোহোৱাকৈয়ে আছিল। বিজ্ঞানীসকলৰ মতে যুগ যুগ ধৰি তেওঁলোক সৌৰজগতত আছে।

জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে সৌৰজগতত এনে নক্ষত্ৰ প্ৰথমবাৰৰ বাবে পোৱা গৈছে। সৌৰজগতত প্ৰায় ১ বিলিয়ন নক্ষত্ৰ আছে, যিবোৰ খালী চকুৰে দেখা নাযায়।

লগতে পঢ়কঃঅক্সফৰ্ডত `ভাইৰাছ’! বিশ্ব প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ আগত শক্তিশালী ভাষণ বোমান ইৰাণীৰ

চিলিৰ এণ্ডিজৰ এটা অঞ্চলৰ পৰা টেলিস্কোপৰ সহায়ত বিজ্ঞানীসকলে এই পৰ্যবেক্ষণ কৰিছে।