NORTHEAST NOW (Assamese)
Popular Stories

চনি ৱৰ্ল্ড ফটোগ্ৰাফী বঁটা: চাওঁ আহক এই বৰ্ষৰ বিজয়ী ছবিসমূহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2024 11:32 am
Sony World Photography Awards

বিশ্বৰ অন্যতম বৃহৎ আৰু সন্মানীয় ফটোগ্ৰাফী প্ৰতিযোগিতা চ’নী ৱৰ্ল্ড ফটোগ্ৰাফী এৱাৰ্ডে ঘোষণা কৰিছে ২০২৪ চনৰ বাবে বিজয়ীসকলৰ নাম। প্ৰতিযোগিতাখনত কেইবাখনো দেশৰ পৰা ৩ লাখ ৯৫ হাজাৰতকৈ অধিক ছবি প্ৰৰেণ কৰিছিল। 

চাৰিটা শাখাত প্ৰতিযোগিতাৰ বাবে ছবিসমূহ দাখিল কৰা হৈছিলঃ পেছাদাৰী, মুকলি, যুৱ আৰু ছাত্ৰ। বিশ্ব ফটোগ্ৰাফী সংস্থাই আয়োজন কৰা এই বঁটাত এতিয়া প্ৰতিটো শাখাতে সামগ্ৰিক বিজয়ী ঘোষণা কৰা হৈছে। বিজয়ী ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ছবিসমূহ ৫৪খন দেশৰ ফটোগ্ৰাফাৰসকলে তোলা বুলি আয়োজকসকলে সদৰী কৰিছে।

উল্লেখ্য যে বিজয়ীসকলৰ ভিতৰত আছে ভাৰতৰ মিতুল কাজৰিয়া। কাজৰিয়াৰ ‘নিৰ্মাণ স্থানত শুই থকা শিশু’ শীৰ্ষক ফটোখনে দৈনন্দিন জীৱনৰ এক মাৰ্মান্তিক মুহূৰ্তক বন্দী কৰি তুলিছিল।

 

Mitul Kajaria - National Awards 1st Place, India
মিতুল কাজাৰিয়া- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, ভাৰত

চনী ৱৰ্ল্ড ফটোগ্ৰাফী এৱাৰ্ড ২০২৪ৰ আন কিছুমান আকৰ্ষণীয় ছবি চাওঁ আহক:

Wasiri Gajaman - National Awards 1st Place, Sri Lanka
ৱাচিৰি গজামান- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, শ্ৰীলংকা

 

Tran Tuan Viet - National Awards 1st Place, Vietnam
ট্ৰেন টুয়ান ভিয়েট- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, ভিয়েটনাম

 

Bibek Kunwar - National Awards 1st Place, Nepal
বিবেক কানৱাৰ- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, নেপাল

 

Pascal Fouquet - National Awards 1st Place, United States
পাস্কাল ফকুৱেট- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, মার্কিন যুক্তৰাষ্ট্ৰ

 

Lim Chien Ting - National Awards 1st Place, Malaysia
লিম চিয়েন টিং- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, মালয়েছিয়া

 

Abdulla Al-Mushaifri - National Awards 1st Place, Oman
আব্দুল্লা আল-মুছাইফ্ৰি- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, ওমান

 

Davuth Van - National Awards 1st Place, Cambodia
ডাভুথ ভান- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, কম্বোডিয়া

 

Yasser Alomari - National Awards 1st Place, Saudi Arabia
য়াছেৰ আল’মেৰি- ৰাষ্ট্ৰীয় বঁটা প্ৰথম স্থান, চৌদি আৰব

 

Connie France Calderon Martel - Latin America Regional Awards Shortlist, Peru
কনি ফ্রান্স কেলডেৰন মাৰ্টেল- লেটিন আমেৰিকা আঞ্চলিক বঁটা চর্টলিস্ট, পেৰু

বিশ্ব ফটোগ্ৰাফী সংস্থাই প্ৰকাশ কৰা মতে, চ’নী ৱৰ্ল্ড ফটোগ্ৰাফী বঁটাৰ ছাত্ৰ, যুৱ, মুকলি আৰু পেছাদাৰী প্ৰতিযোগিতাৰ বিজয়ীসকলৰ ১৮ এপ্ৰিলত ঘোষণা কৰা হ’ব।