দেশ সাত দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কেজৰিৱালক Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2024 8:40 pm সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত বৃ্হস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি আদালতে ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আদালতৰ ৰায় অনুসৰি, অহা ২৮ মাৰ্চলৈকে তদন্ত সংস্থাটোৰ জিম্মাত থাকিব আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকী। ← Previousমাতৃভক্তিঃ নিজ শৰীৰৰ ছালেৰে জোতা বনাই মাতৃক উপহাৰ… Next →IPL 2024: ধোনীৰ ছত্ৰছায়াত নেতৃত্বৰে ঋতুৰাজৰ সফল অভিযান;… You may also like অসম ৰাজ্যৰ ৭খন সংৰক্ষিত বনাঞ্চলত শিল খনন; অসম চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে অসমত অবাধে বন ধ্বংসৰ অভিযোগ কোনো নতুন কথা নহয়। প্রকৃতি ধ্বংসৰ এই প্ৰচেষ্টাৰ মাজতে ৰাজ্যখনৰ ৭ খনকৈ সংৰক্ষিত বনাঞ্চলত… এন ই নাও নিউজ, গুৱাহাটী · June 23, 2025 1:20 pm আন্ত: ৰাষ্ট্ৰীয় “ময়েই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ” : ঘোষণা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ শেহতীয়াকৈ নিজকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ বুলি অভিহিত কৰিছে পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। লগতে তেওঁ মেছি, মাৰাডোনা আৰু পেলেৰ সন্দৰ্ভতো নিজৰ মতামত প্ৰকাশ… এন ই নাও নিউজ, গুৱাহাটী · February 5, 2025 7:00 am দেশ গাৰ বল দেখুৱালে ৰাহুল গান্ধীয়ে! ৰাহুলৰ গতাত মূৰ ফাটিল বিজেপি সাংসদৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অম্বেদকাৰক লৈ কৰা এক মন্তব্যৰ বিৰুদ্ধে সংসদত আৰম্ভ হোৱা বিতৰ্ক কাজিয়ালৈ পৰিণত হয়। বৃহস্পতিবাৰে লোকসভাত বিৰোধীৰ প্ৰতিবাদক কেন্দ্ৰ… · December 19, 2024 12:42 pm অসম ৰজাদিনীয়া পৰম্পৰাৰে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত শাৰদীয় দূৰ্গা পূজা ৰজাদিনীয়া পৰম্পৰাৰে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত অনুষ্ঠিত হৈছে শাৰদীয় দূৰ্গা পূজা। ক’ভিড প্ৰট’কল মানি দেৱালয়ৰ পৰা পুৰোহিতৰ দলে ঢোলে ডগৰে আহে হাদী… নীলমণি শৰ্মা ,কৃষ্ণাই · October 12, 2021 3:17 pm