অসম গান্ধী পৰিয়ালৰ হাতত আছে নেহৰুৰ চিঠি; ওভোতাই বিচাৰি ৰাহুল গান্ধীলৈ পত্ৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ
দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ঐতিহাসিক গুৰুত্বৰ ব্যক্তিগত চিঠিসমূহ গান্ধী পৰিয়ালৰ ঘৰত পৰি আছে। প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰাল চমুকৈ পিএমএমএলে এতিয়া বিৰোধী…
এন ই নাও নিউজ, নতুন দিল্লী · December 16, 2024 2:39 pm