NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

চাণক্য নীতি : আপোনাৰ শ্ৰেষ্ঠ বন্ধু কোন ? কৈ গৈছে চাণক্যই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2025 7:10 am

চাণক্য আছিল প্ৰাচীন ভাৰতৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, অৰ্থনীতিবিদ, কূটনীতিজ্ঞ, আৰু চন্দ্ৰগুপ্ত মৌৰ্য্যৰ মন্ত্ৰী। তেওঁ “কৌটিল্য” বা “বিষ্ণুগুপ্ত” নামেৰেও পৰিচিত। তেওঁৰ ৰচনা অৰ্থশাস্ত্ৰ আজিও প্ৰাসংগিক। 

চাণক্যই কৈ যোৱা কিছুমান বচন তলত উল্লেখ কৰা হ’ল –

১.   শত্ৰুক দুৰ্বল যেন দেখিলেও সহজভাবে ব নালাগে।

২.  কঠোৰ পৰিশ্ৰম, সংযম আৰু সময়ানুৱর্তিতাই হৈছে সফলতাৰ চাবি-কাঠি। 

৩.   দুৰ্নীতি আৰু অপচয় ৰোধ কৰি ৰাষ্ট্ৰীয় সম্পদ ৰক্ষা কৰিব লাগে। ই হৈছে ৰাজনৰ মূল নীতি।

৫.  বিপদত মিত্ৰতাৰ পৰীক্ষা হয়। বিপদৰ সময়তে আচল বন্ধু সেয়া চিনিব পাৰি। বিপদৰ বন্ধুৱেই আচল বন্ধু।

৪.  সত্যতা গুৰুত্বপূৰ্ণ, কিন্তু প্ৰয়োজন হলে কূটনীতি প্ৰয়োগ কৰিব পাৰি। পৰিস্থিতি অনুসৰি হে সঁচা কথা কোৱা উচিত।