NORTHEAST NOW (Assamese)
Popular Stories

অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2025 12:30 pm

অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে অসমবাসী।

জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে।

শনিবাৰে পুৱা অসুস্থ হৈ পৰে জুবিনৰ দাম্পত্যসংগী গৰিমা শইকীয়া গাৰ্গ।

চিকিৎসালয়লৈ নিয়া হৈছে গৰিমা শইকীয়াক।

কাহিলীপাৰাৰ ঘৰৰ পৰা চিকিৎসালয়লৈ নিয়া হৈছে গৰিমাক।