NORTHEAST NOW (Assamese)
Popular Stories

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2025 12:56 pm

‘দ্য নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্যাপক ক্ষোভৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ ডিজিপিক সকলো এফআইআৰ চিআইডিলৈ হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে মৃত্যুৰ গোচৰত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এফআইআৰ দাখিল কৰা হৈছে।