NORTHEAST NOW (Assamese)
অসম

বিটিচিৰ নিৰ্বাচনত হাগ্ৰামাই মাৰিব শেষ হাঁহি! একক সংখ্যাগৰিষ্ঠতাৰ দিশে বি পি এফ !

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2025 7:03 pm

আজি ঘোষণা কৰা হৈছে বিটিআৰৰ নিৰ্বাচনৰ ফলাফল।

 এই মুহূৰ্তলৈকে আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰী নেতৃতাধীন বিপিএফ।

 সন্ধিয়া ৬ বজালৈকে ২০ খন আসনত আগবাঢ়ি বিপিএফ দল।

 ৯ খন আসনত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।

 ১১ খন আসনত আগবাঢ়ি আছে প্ৰমোদ বড়োৰ দল ইউ পি পি এল-এ।

 ইতিমধ্যেই বিপিএফৰ জয় নিশ্চিত হৈছে বুলি দাবী কৰিছে বড়োলেণ্ডৰ নাগৰিকসকলে।