অসম পৰিৱৰ্তন!! মুখ্য মন্ত্ৰীৰ সমষ্টিত কণ কণ শিশু বিদ্যালয়লৈ যায় একাঁঠু বোকাৰ ওপৰেৰে
তথাকথিত পৰিৱৰ্তনৰ ঢৌৱে স্পৰ্শ নকৰা মুখ্য মন্ত্ৰীৰ নিজা সমষ্টি মাজুলীৰ বাট-পথৰ দুৰৱস্থাক লৈ বাতৰি পৰিৱেশিত হৈ আহিছে যদিও চৰকাৰৰ সুদৃষ্টি এতিয়াও পৰা…
মিটু খাটনিয়াৰ · September 14, 2019 3:58 pm