NORTHEAST NOW (Assamese)
Popular Stories

মুক্তি পালে Dabangg 3ৰ প্ৰথমখন মোচন পিক্সাৰ – সৰ্বত্ৰে এতিয়া চৰ্চা Dabangg 3ৰ

September 11, 2019 12:15 pm

সম্পূৰ্ণ ১০০ দিন আগেয়ে ছলমান খানে মুকলি কৰে Dabangg 3 বোলছবি খনৰ ১৭ ছেকেণ্ড দীৰ্ঘৰ এটা ক্লিপ। ১৭ ছেকেণ্ড দীৰ্ঘৰ এই ক্লিপটোত ছলমান খানক এক নতুন Dabangg ৰুপত দেখিবলৈ পোৱা যায় ।

ছলমান খানৰ শব্দত দূৰৰ পৰা ভাহি আঁহে – “Swagat toh karo hamara,”.