NORTHEAST NOW (Assamese)
অসম

ভূমিকম্প; গুৱাহাটীকে ধৰি উপকণ্ঠ অঞ্চলত তীব্ৰ জোকাৰণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2019 8:01 pm
Earthquake

বৃহস্পতিবাৰে সন্ধিয়া অহা এটা মজলীয়া ধৰণৰ ভূমিকম্পই গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহক জোকাৰি যায়।

সন্ধিয়া ৭.৪১ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণিটো।

প্ৰায় ১০-১২ ছেকেণ্ডমান সময়ধৰি ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হয়।

ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য ৪.৩

ভূমিকম্পৰ ফলত মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱাৰ বাতৰি লাভ কৰা হোৱা নায়।

আপডেটিং: