NORTHEAST NOW (Assamese)
অসম

কেৱল মাটি খাই ২৮ বছৰে জীয়াই আছে “চেণ্ড মেন” হংসৰাজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2020 9:13 pm
Sand Man: This man lives off sandy soil

আচৰিত, আজৱ! হংসৰাজ নামৰ উত্তৰ প্ৰদেশৰ এজন লোক যোৱা ২৮ বছৰে কেৱল মাটি খাই জীয়াই আছে

মাটিৰ বাহিৰে আহাৰ হিচাপে আন একোকে নাখায় হংসৰাজ নামৰ এই মধ্যবয়সীয়া লোকজনে।

বালিয়া মাটি খাই জীয়াই থকা বাবে মানুহজনক নাম দিয়া “ছেণ্ড মেন”!

হংসৰাজে দাবী কৰে যে তেওঁ সৰুৰেপৰা মাটি খায়ে ডাঙৰ হৈছে আৰু তেওঁৰ কোনো বেমাৰ-আজাৰ হোৱা নাই।

হংসৰাজৰ মতে তেওঁ সম্পূৰ্ণ সুস্থ, কিন্তু চিকিৎসকৰ মতে হংসৰাজে মাটি খোৱাটো এক বেমাৰ।

বেমাৰটোৰ নাম পিকা (Pica)।