অসম অনিমা গুহ গুৰুতৰভাৱে অসুস্থ Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 22, 2017 12:15 pm অসমৰ এগৰাকী সুলেখিকা, অশীতিপৰ অনিমা গুহ গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাতৰি পোৱা গৈছে। সম্প্ৰতি গুৱাহাটীৰ আৰ্য হস্পিটেলৰ আই চি য়ুত লেখিকাগৰাকীক চিকিৎসা আগ বঢ়াই থকা হৈছে। ← Previousমহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বাবে ইণ্ডিগ’ৰ দুজন কৰ্মচাৰীক… Next →মনজিৎ মহন্তৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে আৰ এছ… You may also like অসম ড০ ৰঞ্জনা দাসলৈ সতী ৰাধিকা শান্তি বঁটা বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই প্ৰদান কৰে সতী ৰাধিকা শান্তি বঁটা আৰু সতী ৰাধিকা আদৰ্শ বঁটা।… পাৰ্শ্বজ্যোতি গগৈ · January 10, 2021 4:45 pm অসম আলীবাবাৰ মুৰব্বী জেক মাৰ গ্ৰেপ্তাৰৰ খবৰে কঁপনি তুলিছে চীনত এজন শিক্ষকৰ পৰা কোটি কোটি টকাৰ ব্যৱসায়ীত পৰিণত হোৱা জেক মাৰ গ্ৰেপ্তাৰৰ খবৰে এতিয়া কঁপনি তুলিছে চীনত। জেকৰ গ্ৰেপ্তাৰৰ পিছতে আলিবাবাত ধন… এন ই নাও নিউজ,গুৱাহাটী · May 4, 2022 8:21 pm অসম অসমত ছয় লক্ষাধিক লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্নঃ হিমন্ত বিশ্ব শৰ্মা ক’ৰ’ণা ভাইৰাছে একপ্ৰকাৰৰ গণ সংক্ৰমণৰ ৰুপ লোৱা অসমত এতিয়ালৈকে ছয় লক্ষাধিক লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। এই তথ্য প্ৰকাশ কৰিছে… এন ই নাও নিউজ · July 17, 2020 7:59 am অসম চলিত মাহত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশ যুটীয়া পৰামৰ্শ আয়োগৰ বৈঠক ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সম্বন্ধে দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰ্যালয় পৰ্যায়ত এখন যুটীয়া পৰামৰ্শদাতা আয়োগৰ বৈঠক শীঘ্ৰেই অনুষ্ঠিত হ’ব। অনলাইন মাধ্যমত… এন ই নাও নিউজ · September 7, 2020 8:45 pm