আন্ত: ৰাষ্ট্ৰীয় ‘মই নথকাহেঁতেন তুমি কাৰাগাৰত থাকিব লগা হ’লহেঁতেন’: প্ৰধানমন্ত্ৰী নেতান্যাহুক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তীব্ৰ ভৰ্ৎসনা
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ মিত্ৰ তথা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ওপৰত চৰম ক্ষোভ প্ৰকাশ কৰিছে। শেহতীয়াকৈ দুয়োগৰাকী নেতাৰ মাজত হোৱা…
এন ই নাও নিউজ, গুৱাহাটী · June 3, 2026 9:18 am