NORTHEAST NOW (Assamese)

অসমৰ ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ সম্পূৰ্ণ তালিকা

November 20, 2019 1:05 pm · এন ই নাও নিউজ
Updated: November 20, 2019 1:45 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

মঙলবাৰে মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অসমৰ ২০২০ বৰ্ষৰ বন্ধৰ চূড়ান্ত তালিকাখন অনুমোদন জনোৱা হয়।

বন্ধৰ তালিকা অনুসৰি, চৰকাৰী কৰ্মচাৰীৰ সম্পূৰ্ণ বন্ধ ৩৫ দিন আৰু ৩১ দিন সীমিত বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অসমৰ ২০২০ বৰ্ষৰ বন্ধৰ তালিকা অনুসৰি দুটা অর্ধ-ছুটি ঘোষণা কৰা হৈছে। ৩০ আগষ্টত মহৰম আৰু ৩০ অক্টোবৰ লক্ষ্মী পূজা উপলক্ষে এই দুদিন অসমৰ ২০২০ বৰ্ষৰ বন্ধৰ তালিকা অনুসৰি অর্ধ-ছুটি থাকিব।

অসমৰ ২০২০ বৰ্ষৰ ছুটিৰ তালিকা –

[table id=29 /]

Related News