NORTHEAST NOW (Assamese)
শিক্ষা

Assamese GK 2022: ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

Posted by: এন ই নাও নিউজ August 2, 2022 3:35 pm
Assamese GK 2022

বৰ্তমানৰ যুগটো প্ৰতিযোগিতাৰ যুগ। প্ৰতিযোগিতামুখী পৰীক্ষাসমূহত আজিকালি সচৰাচৰ বহু বিকল্পী প্ৰশ্ন সোধা হয়। ছাত্ৰী-ছাত্ৰী তথা আন সকলোৰে কামত অহাকৈ ইয়াত কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ অন্তৰ্ভূক্ত কৰা হৈছে। এই শিতানটোত পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰৰ আৰু অধিক বহু বিকল্পী প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰা হ’ব।
শুদ্ধ বুলি ভবা উত্তৰসমূহত ক্লিক কৰি একেবাৰে শেষত থকা চাবমিটত ক্লিক কৰিলে ভুল-শুদ্ধৰ বিষয়ে জানিব পাৰিব।

Put your correct options

১. শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল ?

২.ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকলে কেতিয়া প্ৰৱেশ কৰিছিল ?

৩. আহোম ৰাজত্বকালত প্ৰথমখন ৰাজধানীৰ নাম কি ?

৪. বামুণী কোঁৱৰৰ আহোম নাম কি আছিল ?

৫.কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ হৈছিল?

৬.অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ'ৰ প্ৰচলন পোনপ্ৰথমে হৈছিল?

৭.গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ?

৮.লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল?

৯.শংকৰদেৱে ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি ?

১০.অসমীয়া গদ্য-সাহিত্যৰ জনকগৰাকীৰ নাম কি ?

১১.অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে— বিখ্যাত উক্তিটো কাৰ

১২.শুক্লধ্বজ কি নামেৰে জনপ্রিয় আছিল ?

১৩. ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায় ?

১৪. প্ৰথম অসমীয়া ৰঙীণ চলচ্চিত্ৰখনৰ নাম কি ?

১৫ .শৰাইঘাট দলং কোন চনত নিৰ্মাণ কৰা হৈছিল ?

১৬. কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ?

.