NORTHEAST NOW (Assamese)
শিক্ষা

Assamese GK 2022: ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

Posted by: এন ই নাও নিউজ August 6, 2022 6:58 pm

প্ৰতিযোগিতামুখী পৰীক্ষাসমূহত আজিকালি সচৰাচৰ বহু বিকল্পী প্ৰশ্ন সোধা হয়। ছাত্ৰী-ছাত্ৰী তথা আন সকলোৰে কামত অহাকৈ ইয়াত কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ অন্তৰ্ভূক্ত কৰা হৈছে। এই শিতানটোত পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰৰ আৰু অধিক বহু বিকল্পী প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰা হ’ব।
শুদ্ধ বুলি ভবা উত্তৰসমূহত ক্লিক কৰি একেবাৰে শেষত থকা চাবমিটত ক্লিক কৰিলে ভুল-শুদ্ধৰ বিষয়ে জানিব পাৰিব।

Welcome to your Quiz 06/08/2022

সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা গ্রন্থ 'বনফুল'ৰ ৰচক কোন?

অসমৰ কোনটো তেল শোধনাগাৰ অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ?

কোন চনত ডিগবৈত খাৰুৱা তেল আবিষ্কাৰ কৰা হৈছিল ?

এছিয়াৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি ?

এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত?

সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?

অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম কি?

অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল ?

অসমৰ জনপ্ৰিয় নৃত্যবিধৰ নাম কি?

অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি?

গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল ?

.