Author: এন ই নাও নিউজ, গুৱাহাটী
NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি
কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে মেডিকেল প্ৰৱেশ পৰীক্ষা NEET-UG প্ৰশ্নকাকত ফাদিল গোচৰত ‘বিশেষাধিকাৰ ভংগৰ’ (প্ৰিভিলেজ) জাননী জাৰি কৰিছে।…
‘মই ফচি গৈছো, তইও মোৰ দৰে ভুল নকৰিবি’, বান্ধৱীক মেছেজ কৰাৰ পিছতে উদ্ধাৰ মহিলাৰ মৃতদেহ
ভূপালত তিশা শৰ্মা নামৰ এগৰাকী যুৱতী মহিলাৰ ৰহস্যজনক মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁ দুমাহৰ গৰ্ভৱতী আছিল। অৱশ্যে মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত বান্ধৱীক লিখিছিল,…
ইউৰোপ ভ্ৰমণত মানৱ অধিকাৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ প্ৰশ্নবাণ: নৰৱেৰ সাংবাদিকৰ তীক্ষ্ণ প্ৰশ্নৰ সন্মুখত নিৰুত্তৰ প্ৰধানমন্ত্ৰী মোদী!
সোমবাৰে নৰৱেৰ ৰাজধানী অছলোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমৰ স্বাধীনতা সন্দৰ্ভত এগৰাকী স্থানীয় সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ নিদি আঁতৰি যোৱাৰ ঘটনাই…
প্লে অফত চেন্নাইক হৰুৱালে হায়দৰাবাদে; ধোনীৰ ফটোশ্বুট দেখি আৱেগত উথলি উঠিল চিপক
বছৰৰ এই সময়টোলৈকে অপেক্ষা কৰি থাকে ক্ৰিকেট অনুৰাগীয়ে। কাৰণ এই আই পি এলতহে তেওঁলোকে বছৰটোৰ ভিতৰত নষ্টালজিয়াত বুৰ যোৱাৰ সুযোগ পায়। সৌজন্যত…
NEET প্ৰশ্নকাকত ফাদিলত গ্ৰেপ্তাৰ! মোটেগাওঁকাৰ ছাৰৰ কোচিং চেণ্টাৰ আছিল ‘ডাক্তৰ বনোৱা কাৰখানা’
মহাৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘ৰেণুকাই কেৰিয়াৰ চেণ্টাৰ’ বা আৰ চি চি আছিল এক সপোনৰ দৰে। কোনোবাই আগতে ‘ডাক্তৰ বনোৱা কাৰখানা’ বুলি কৈছিল, কোনোবাই…
লখিমপুৰত গৰুৰ ছিণ্ডিকেটৰ ৰমৰমীয়া বেহা, নিশাৰ অন্ধকাৰত অব্যাহত আছে অবৈধ সৰবৰাহ
লখিমপুৰ জিলাৰ বঙালমৰা বজাৰৰ পৰা এক সুসংগঠিত চক্ৰই অবৈধভাৱে গৰুৰ সৰবৰাহ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত জীৱ-জন্তুৰ অধিকাৰ ৰক্ষাৰ…
অনিয়মিত মাহেকীয়া আৰু সঘনাই হোৱা মুড চুইং? খাদ্য তালিকাত ৰাখক এই ৫ বিধ খাদ্য
হৰমনৰ তাৰতম্যৰ বাবে আজিকালি মহিলাসকলে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হবলগীয়া হয়। ইয়াৰ ফলত সঘনাই মুড সলনি হোৱা, ভোক নলগা,…
জুবিন গাৰ্গ হত্যাকাণ্ড: শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় সংৰক্ষণ আদালতৰ, ২৮ মে’ত ঘোষণা হ’ব সিদ্ধান্ত
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ গোচৰৰ অন্যতম অভিযুক্ত তথা শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি সোমবাৰে ফাষ্টট্ৰেক আদালতত সম্পন্ন হয়।…
অসমৰ ৰাজনীতিত বৃহৎ জোকাৰণি, অসম জাতীয় পৰিষদ ত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ পটপৰিৱৰ্তন, জ্যেষ্ঠ ৰাজনৈতিক নেতা ৰাজেন গোহাঁইয়ে সোমবাৰে অসম জাতীয় পৰিষদ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ…
ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে নে অন্য গোপন অভিসন্ধি! জাগীৰোডত ছেটেলাইট টাউনশ্বিপৰ জৰীপ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত
মৰিগাঁও জিলাৰ জাগীৰোডৰ অন্তৰ্গত সিন্ধিসাৰ আৰু নলাধৰা গাঁৱত প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ প্ৰকল্পক কেন্দ্ৰ কৰি চলি থকা জৰীপ কাৰ্য জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে কাৰ্যকৰী…