Author: এন ই নাও নিউজ, গুৱাহাটী
চীনত নিৰ্মিত সস্তীয়া পোছাক পিন্ধি হোৱাইট হাউছত আমেৰিকাৰ প্ৰতিৰক্ষা সচিবৰ পত্নী, বিশ্বজুৰি চৰ্চা
আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ পত্নী জেনিফাৰ ৰেচেটছে শেহতীয়াকৈ হোৱাইট হাউছৰ এক নৈশভোজত পিন্ধা এটা গোলাপী ৰঙৰ পোছাকক লৈ বৰ্তমান দেশখনৰ ৰাজনৈতিক…
নিৰ্বাচনী ফলাফলক লৈ আশাবাদী ৰকিবুল হুছেইন : এগজিট প’লক বিশ্বাস নকৰিবলৈ আহ্বান
অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে সংবাদ মাধ্যমত প্ৰকাশ…
চৰকাৰৰ নীতি সমালোচনা কৰি নিলম্বিত জ্যেষ্ঠ আইএএছ বিষয়া বি অশোক
কেৰালাৰ এগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়া বি অশোকক ছচিয়েল মিডিয়াত চৰকাৰৰ নীতিৰ বিৰুদ্ধে সমালোচনা কৰাৰ অভিযোগত শেহতীয়াকৈ নিলম্বন কৰা হৈছে। ১৯৯৮…
শিলচৰত ২০ কোটি টকীয়া বৃহৎ বিনিয়োগ প্ৰৱঞ্চনা : গ্ৰেপ্তাৰ বি-টেক ডিগ্ৰীধাৰী যুৱক
শিলচৰত শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি অধিক মুনাফা লাভৰ প্ৰলোভনেৰে কোটি কোটি টকা লুটি নিয়াৰ এক ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে। এই সন্দৰ্ভত…
নিৰ্বাচনী ফলাফলৰ পূৰ্বে তৃণমূলৰ হুংকাৰ: ২২৬ খন আসনৰ সীমা অতিক্ৰম কৰিব মমতাৰ দলে
পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ শেষ পৰ্যায়ৰ ভোটদানৰ পাছত প্ৰকাশ পোৱা বেছিভাগ এগজিট প’ল বা নিৰ্বাচন উত্তৰ সমীক্ষাক পোনচাটেই নাকচ কৰিছে মুখ্যমন্ত্ৰী মমতা…
গুৱাহাটীত বৃহৎ ঋণ প্ৰৱঞ্চনাৰ চক্ৰ ফাদিল : দুই বেংক বিষয়া আটক, মাষ্টাৰমাইণ্ড পূজা কলিতা পলাতক
গুৱাহাটী মহানগৰীত শেহতীয়াকৈ এক ভয়ংকৰ ঋণ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। সহজতে ঋণ আৰু আৰ্থিক সাহায্য প্ৰদানৰ প্ৰলোভনেৰে একাংশ মহিলাক লক্ষ্য কৰি লোৱা…
কলম্বিয়াৰ বাবে বোজা হোৱা নৰখাদক জলহস্তীৰ আশ্ৰয়স্থল হ’ব নেকি গুজৰাট?
কলম্বিয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়া পাবলো এস্কোবাৰৰ ব্যক্তিগত চিৰিয়াখানাৰ পৰা বংশবৃদ্ধি হোৱা ৮০টা জলহস্তী বা কোকেইন হিপ’ক মৃত্যুৰ মুখৰ পৰা বচাবলৈ এক বিশেষ…
তামিলনাডু নিৰ্বাচন: এগজিট প’লত বিজয়ৰ চমক, কাষ চাপিছে এআইএডিএমকে
২৩৪খন আসন থকা তামিলনাডু বিধানসভা নিৰ্বাচনৰ এগজিট প’লৰ ফলাফলে ৰাজনীতিৰ পথাৰখনত এক নতুন চমক সৃষ্টি কৰিছে। এগজিট প’লৰ মতে, অভিনেতা বিজয়ৰ দল…
বৰ্তমানৰ পৰিৱৰ্তনশীল বিশ্ব আৰু পশ্চিম এছিয়াৰ সংকট: গুৱাহাটী বিশ্ববিদ্যালয়ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ
বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল বিশ্বৰ পৰিস্থিতিত পশ্চিম এছিয়াৰ গুৰুত্ব আৰু প্ৰভাৱ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। বিশ্ববিদ্যালয়খনৰ…
ৱেব ছিৰিজৰ পৰা চলচ্চিত্ৰলৈ : অহা ১২ জুনত চিত্ৰগৃহত মুক্তি পাব ‘চুপা চুপি খণ্ড ২’
দৰ্শকৰ বিপুল সঁহাৰি আৰু জনপ্ৰিয়তাৰ পিছত হিট ৱেব ছিৰিজ ‘চুপা চুপি‘ৰ দ্বিতীয় খণ্ড এতিয়া সম্পূৰ্ণ কাহিনীচিত্ৰ হিচাপে চিত্ৰগৃহলৈ আহিবলৈ সাজু হৈছে। অহা…