Author: এন ই নাও নিউজ, গুৱাহাটী
গুৱাহাটীত যুৱ অভিযন্তাৰ ৰহস্যজনক মৃত্যু; মাত্ৰ এমাহ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত
গুৱাহাটীত এজন ২৮ বছৰীয়া যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে।, আৰক্ষী বিষয়াৰ বিপৰীত ভাষ্য, প্ৰত্যক্ষদৰ্শীয়ে আগবঢ়োৱা বুলি কোৱা তথ্য আৰু ভুক্তভোগীৰ…
বিপদত ইলন মাস্কৰ ‘এক্স’: কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ স্থিতিৰ পাছত আইনী সুৰক্ষা হেৰুওৱাৰ সম্ভাৱনা
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে আদালতত দাখিল কৰা এক শপতনামাত উল্লেখ কৰিছে যে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম ‘এক্স’ এ ভাৰতত লাভ কৰি অহা ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা…
বিয়া ভাঙি যোৱাৰ ক্ষোভত প্ৰেমিকে দিলে এইচআইভি পজিটিভ তেজৰ বেজী, ভয় আৰু লজ্জাত চৰম পন্থা বাচি ল’লে যুৱতীয়ে
হায়দৰাবাদত এক অতি ভয়ংকৰ আৰু দুখজনক ঘটনা সংঘটিত হৈছে। বিয়া ভাঙি যোৱাৰ খঙত এজন যুৱকে নিজৰ প্ৰেমিকাক জোৰকৈ এইচ আই ভি পজিটিভ…
পুনৰ চৰ্চাত মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা
পুনৰ চৰ্চাত ‘মহাকুম্ভ ভাইৰেল গাৰ্ল’ মনালিছা। এইবাৰ তেওঁৰ স্বামী ফাৰমানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগত গোচৰ ৰুজু কৰিছে মধ্যপ্ৰদেশৰ খাৰগোন আৰক্ষীয়ে। অভিযোগ অনুসৰি, বিবাহৰ…
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ তথ্য ফাদিলৰ চেষ্টা, বিদেশী চোৰাংচোৱাৰ সৈতে চুক্তি কৰিবলৈ গৈ গ্ৰেপ্তাৰ বিহাৰৰ যুৱক
আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল নেকি? শেহতীয়াকৈ আৰ এছ এছৰ মুখপত্ৰ দ্য অৰ্গেনাইজাৰত এনে এক চাঞ্চল্যকৰ…
উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাৰ পৰা ২ কোটি নাম বাদ পৰিল, যোগীৰ চেষ্টাৰ পিছতো লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ বিজেপি
শেহতীয়াকৈ নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশৰ চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰিছে। এই তালিকাখন প্ৰকাশ পোৱাৰ পিছতে এটা ডাঙৰ তথ্য পোহৰলৈ আহিছে। আগৰ তালিকাৰ…
নিৰ্বাচন আয়োগৰ নিৰ্দেশ: ভোটগ্ৰহণত অনিয়মৰ বাবে অসমত পুনৰ ভোটগ্ৰহণ
অসমত চলি থকা বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত অনিয়মৰ অভিযোগৰ ভিত্তিত ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যখনত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। শুকুৰবাৰে জাৰি কৰা এক…
ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ সংবাদমেল
অহা ৪ মে’ৰ ভোটগণনাৰ ফলাফলত জনাদেশ অনুযায়ী কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ…
নিৰ্বাচন গ’ল কি নগ’ল! লুৰীনজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী
ডিব্ৰুগড়ৰ গড়পানী অঞ্চলত অসম জাতীয় পৰিষদৰ (অজাপ) সভাপতি লুৰীণজ্যোতি গগৈৰ গৃহত তালাচী পৰোৱাক কেন্দ্ৰ কৰি এক তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ…
লখিমপুৰত ‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যালয়ত দুষ্কৃতিকাৰীৰ আক্ৰমণ
উত্তৰ লক্ষিমপুৰত অৱস্থিত ৰাজ্যৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যালয়ত শেহতীয়াকৈ হোৱা আক্ৰমণৰ ঘটনাক অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য তথা ৬১ নং ৰহা…