Author: এন ই নাও নিউজ, গুৱাহাটী
গেছৰ নাটনিৰ মাজতো দেশত সাৰৰ উৎপাদন অব্যাহত: মাৰ্চৰ প্ৰথম তিনি সপ্তাহত ২৪.২৩ লাখ মেট্ৰিক টন সাৰ উৎপাদন
পশ্চিম এছিয়াৰ সংকটৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক গেছৰ নাটনিৰ মাজতো ভাৰতৰ ঘৰুৱা সাৰ উৎপাদনত ইতিবাচক ধাৰা অব্যাহত আছে। শুকুৰবাৰে লোকসভাত প্ৰকাশ কৰা…
নেপালৰ ৰাজনীতিত বৃহৎ জোকাৰণি: যোৱা বৰ্ষৰ প্ৰতিবাদৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি
চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ৰাজনীতিত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰি দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক আৰক্ষীয়ে…
বিনামূলীয়া শিক্ষাৰ অধিকাৰ আইনৰ উলংঘন! চৰকাৰী বিদ্যালয়ৰ ২৭ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰিশোধ কৰে মাচুল
শিক্ষাৰ অধিকাৰ আইন, ২০০৯ (RTE Act) অনুসৰি ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাটো নিশ্চিত কৰা…
বিবাহিত পুৰুষৰ লিভ-ইন সম্পৰ্ক অপৰাধ নহয়; নীতি-নৈতিকতা আইনৰ উৰ্দ্ধত নহয়: এলাহাবাদ উচ্চ ন্যায়ালয়
যদি কোনো বিবাহিত পুৰুষৰ সন্মতি সাপেক্ষে কোনো প্ৰাপ্তবয়স্ক মহিলাৰ সৈতে লিভ-ইন সম্পৰ্ক থাকে, তেন্তে সেয়া আইনত অপৰাধ নহয় – এলাহাবাদ উচ্চ ন্যায়ালয়ে…
অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে, আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰেঃ গৌৰৱ গগৈ
অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে, আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰেঃ গৌৰৱ গগৈ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ…
সংসদীয় সমিতিৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ: বীজৰ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ গঠনৰ প্ৰস্তাৱ
দেশৰ কৃষকসকলক বীজৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বোজাৰ পৰা সকাহ দিয়া আৰু উন্নত মানৰ বীজ সুলভ মূল্যত উপলব্ধ কৰোৱাৰ লক্ষ্যৰে এখন সংসদীয় সমিতিয়ে চৰকাৰক…
অসমত উচ্ছেদিত লোকৰ সাংবিধানিক অধিকাৰক লৈ প্ৰশ্ন: ভোটাৰ তালিকাত নাই হাজাৰ হাজাৰ লোকৰ নাম
অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ ফলত গৃহহাৰা হোৱা হাজাৰ হাজাৰ লোকৰ ভৱিষ্যতক লৈ এতিয়া এক গভীৰ অনিশ্চয়তাই দেখা দিছে। শেহতীয়াকৈ…
গুৱাহাটীত ‘অবৈধ’ ভূগৰ্ভস্থ পানী নিষ্কাশনক লৈ অসম চৰকাৰক জাননী জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে
গুৱাহাটীত অবৈধ ভূগৰ্ভস্থ পানী খননৰ দাবীক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে অসম চৰকাৰৰ লগতে কেইবাটাও সংস্থাক জাননী জাৰি কৰিছে। মিলন কান্তি দাস আৰু…
শিৱসাগৰত গেমন দলং ভাঙি বন্ধ হৈ পৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত
শুকুৰবাৰে পুৱা দিখৌ নদীৰ ওপৰত থকা গেমন দলঙৰ এটা অংশ ভাঙি শিৱসাগৰ জিলাৰ এটা গুৰুত্বপূৰ্ণ পৰিবহণ সংযোগ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত…
মানুহক বিভ্ৰান্ত কৰিবলৈ হোৱাটছএপৰ জৰিয়তে দেশ চলাইছে নেকি মোডী চৰকাৰে?
ৰন্ধন গেছৰ সংকটৰ মাজতে কেন্দ্রৰ মোডী চৰকাৰে নতুন ধৰণেৰে মানুহক বিভ্ৰান্ত কৰিছে৷ নিশাৰ ভাগত হোৱাটছএপৰ জৰিয়তে চিলিণ্ডাৰ যোগানকাৰীলৈ নতুন ‘নিৰ্দেশনা’ প্ৰেৰণ কৰা…