Author: এন ই নাও নিউজ, গুৱাহাটী
ভয়ংকৰ দুৰ্ঘটনা, দাউ দাউকৈ জ্বলি উঠিল বাছ; জীৱন্তে অগ্নিদগ্ধ হৈ কমেও ১০জনৰ মৃত্যু
বাছ আৰু ডাঙৰ ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ। বাতৰি অনুসৰি অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰমৰ ৰায়াভাৰমৰ সমীপত এনে ভয়াবহ পথ দুৰ্ঘটনাত এতিয়ালৈকে ১০ জন লোকৰ…
Gen Z Hair Loss: কুৰি বছৰ বয়সতে তপা? কিয় কম বয়সতে চুলি সৰিছে ল’ৰাবোৰৰ?
বিশেষজ্ঞসকলে কয় যে জেন জেড ল’ৰাবোৰৰ মাজত অতি কম বয়সতে চুলি সৰাৰ প্ৰৱণতা বাঢ়িছে। যদিও ইয়াৰ বাবে জিনীয় কাৰকক দোষাৰোপ কৰা হয়,…
মুখ্য ন্যায়াধীশৰ ভাতৃলৈ ফোন! ৰায়ক লৈ জবাবদিহিতা দাবী বিচাৰাধীন গোচৰৰ পৰিয়ালৰ সদস্যৰ
বুধবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে উচ্চতম ন্যায়ালয়ত এক বিৰল আৰু শক্তিশালী বাৰ্তা প্ৰদান কৰে। চিকিৎসা ভৰ্তিৰ গোচৰৰ শুনানিৰ সময়ত তেওঁ কেৱল…
কৰ্ণাটকত উদ্ধাৰ নগালেণ্ডৰ যুৱতীৰ মৃতদেহ; ডায়েৰীত দুই ব্যক্তিৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ
কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ ভাৰাঘৰত বুধবাৰে সন্দেহজনক পৰিস্থিতিত নাগালেণ্ডৰ এগৰাকী ২২ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। চিক্কামাগালুৰু চহৰৰ অৰৱিন্দনগৰৰ ভাড়াঘৰত চিপ লোৱা…
সৰভোগত মুখ্যমন্ত্ৰীৰ সভাত বিজেপি কৰ্মীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলা ছাত্ৰৰ প্লেকাৰ্ড ফলাৰ অভিযোগ
বুধবাৰে সৰভোগত জন আশীৰ্বাদ যাত্ৰাৰ অষ্টম দিনটো বিতৰ্কত সোমাই পৰে। অসমীয়া সাংস্কৃতিক জগতৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ হাতত থকা…
হৰমুজত মধ্যস্থতাৰ প্ৰস্তাৱ আগবঢ়োৱা পাকিস্তানৰে জাহাজ আৱদ্ধ কৰিলে ইৰাণে
মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে এক নতুন উদ্বেগৰ সৃষ্টি হৈছে। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ (IRGC) নৌসেনাই পাকিস্তান অভিমুখী এখন কণ্টেইনাৰ জাহাজ হৰমুজ…
‘গণতন্ত্ৰৰ ওপৰত আক্ৰমণ’: শিৱসাগৰত ‘অসমীয়া প্ৰতিদিন’ কাকত জ্বলোৱাৰ ঘটনাত ব্যাপক প্ৰতিক্ৰিয়া
বুধবাৰে শিৱসাগৰত দিনৰ পোহৰতে আগশাৰীৰ কাকত অসমীয়া প্ৰতিদিনৰ টোপোলাত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সাংবাদিক সংস্থা, ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ…
নদীৰ পোহৰ আৰু ৰঙা মাটিৰ মিতিৰালি: বিশ্বভাৰতীত প্ৰদৰ্শিত হৈছে বৰেণ্য শিল্পী বেণু মিশ্ৰৰ জীৱনজোৰা কৃতি
বিশ্ব ঐতিহ্যক্ষেত্ৰ শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কলাভৱনত আজিৰে পৰা অসম তথা দেশৰ বৰেণ্য শিল্পী বেণু মিশ্ৰৰ এক বিশেষ মৰণোত্তৰ কলা প্ৰদৰ্শনী আৰম্ভ হৈছে।…
শনিবাৰৰ ভিতৰত খালী কৰিব লাগিব ২৪ আকবৰ ৰোডত থকা দলীয় কাৰ্যালয়, কংগ্ৰেছক জাননী
দিল্লীৰ ২৪ আকবৰ ৰোডত থকা শুভ্ৰ বগা বাংলোটো। এই ঠিকনাটো প্ৰায় পাঁচ দশকৰ বহু ঐতিহ্যৰ সাক্ষী। এইটো কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখ্য কাৰ্যালয়। শনিবাৰৰ…
তৃতীয় লিংগৰ অধিকাৰ নে প্ৰাপ্যৰ পৰা বঞ্চিত? তীব্ৰ বিতৰ্কৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰেন্সজেণ্ডাৰ বিধেয়ক
লোকসভাত উত্তপ্ত পৰিস্থিতিৰ মাজতে ‘ট্ৰেন্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) বিধেয়ক’ গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে তৃতীয় লিংগৰ লোকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু…