Author: এন ই নাও নিউজ, গুৱাহাটী
নদীৰ পোহৰ আৰু ৰঙা মাটিৰ মিতিৰালি: বিশ্বভাৰতীত প্ৰদৰ্শিত হৈছে বৰেণ্য শিল্পী বেণু মিশ্ৰৰ জীৱনজোৰা কৃতি
বিশ্ব ঐতিহ্যক্ষেত্ৰ শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কলাভৱনত আজিৰে পৰা অসম তথা দেশৰ বৰেণ্য শিল্পী বেণু মিশ্ৰৰ এক বিশেষ মৰণোত্তৰ কলা প্ৰদৰ্শনী আৰম্ভ হৈছে।…
শনিবাৰৰ ভিতৰত খালী কৰিব লাগিব ২৪ আকবৰ ৰোডত থকা দলীয় কাৰ্যালয়, কংগ্ৰেছক জাননী
দিল্লীৰ ২৪ আকবৰ ৰোডত থকা শুভ্ৰ বগা বাংলোটো। এই ঠিকনাটো প্ৰায় পাঁচ দশকৰ বহু ঐতিহ্যৰ সাক্ষী। এইটো কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখ্য কাৰ্যালয়। শনিবাৰৰ…
তৃতীয় লিংগৰ অধিকাৰ নে প্ৰাপ্যৰ পৰা বঞ্চিত? তীব্ৰ বিতৰ্কৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰেন্সজেণ্ডাৰ বিধেয়ক
লোকসভাত উত্তপ্ত পৰিস্থিতিৰ মাজতে ‘ট্ৰেন্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) বিধেয়ক’ গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে তৃতীয় লিংগৰ লোকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু…
জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনাজনিত; কোনো ষড়যন্ত্ৰমূলক হত্যাৰ তত্ত্ব বিচাৰি নাপালে ছিংগাপুৰৰ আদালতে
ছিংগাপুৰৰ ক’ৰ’নাৰ্ছ আদালতে অসমীয়া সাংস্কৃতিক জগতৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱা দুৰ্ঘটনাজনিত মৃত্যু বুলি ৰায়দান কৰিছে। আৰক্ষী ক’ষ্ট গাৰ্ড…
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ নিয়ম সলনি: কেনে প্ৰভাৱ পৰিব হিতাধিকাৰীৰ ওপৰত?
কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণ আৰু ৰাজসাহায্য প্ৰদানৰ প্ৰক্ৰিয়াক লৈ এক নতুন তথা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।…
ৰিণিকিৰ পথেৰে বাট বুলিছে বিজেপিৰ বহু মন্ত্ৰী-বিধায়কৰ পত্নী! নিৰ্বাচনী শপতনামাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য
ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাসমূহে শাসকীয় বিজেপি দলৰ একাংশ শীৰ্ষ নেতা, মন্ত্ৰী আৰু বিধায়কৰ অদম্য সম্পত্তি বৃদ্ধিৰ চাঞ্চল্যকৰ…
শিৱসাগৰত অখিল গগৈৰ হুংকাৰ: “মোৰ জয় এহেজাৰ শতাংশ নিশ্চিত”
অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বাজি উঠাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। বিশেষকৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰু বাকযুদ্ধই…
আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক নীতি মানি হৰমুজ প্ৰণালীৰে চলিব পাৰিব ভাৰতীয় জাহাজ: কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ
পাৰস্য উপসাগৰীয় অঞ্চলত সৃষ্টি হোৱা সাম্প্ৰতিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ প্ৰদান কৰিছে। চৰকাৰী সূত্ৰই সদৰী কৰা অনুসৰি, কৌশলগতভাৱে অত্যন্ত…
মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত ৭৭৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত, দুখন আসনক লৈ উৎকণ্ঠা
অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব সামৰণি পৰাৰ পাছত ৰাজ্যজুৰি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হৈছে। নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি,…
হজম শক্তি বৃদ্ধি আৰু পেটৰ সমস্যা দূৰ কৰিবলৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই তিনিবিধ ফল
বৰ্তমান সময়ত অনিয়মিত খাদ্যাভ্যাস, অত্যধিক তেল-মছলাযুক্ত আহাৰ গ্ৰহণ আৰু প্ৰচণ্ড গৰমৰ ফলত বদহজম বা পেট ফুলা সমস্যাত ভোগা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি…