Author: এন ই নাও নিউজ, গুৱাহাটী
অসমীয়া জাতীয়তাবাদ এতিয়া ৰাষ্ট্ৰীয় দলৰো মূল অস্ত্ৰ: সলনি হৈছে ৰাজনৈতিক সমীকৰণ
অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত, ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত ‘আঞ্চলিকতাবাদ’ আৰু ‘অসমীয়া পৰিচয়’ৰ বিষয়টোৱে পুনৰবাৰ চৰ্চা লাভ কৰিছে।…
ঠেহ ভাঙিলে মুখ্যমন্ত্ৰীয়ে! হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ পিছতে দিছপুৰত টিকট বঞ্চিত অতুল বৰাৰ বিদ্ৰোহৰ সিদ্ধান্ত ত্যাগ
আগন্তুক অসম বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা দলীয় টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পাছত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা অতুল বৰাই বিদ্ৰোহৰ…
‘পৰিৱৰ্তনৰ আশাৰে প্ৰথমখন যুঁজ’: ২৩ মাৰ্চত মনোনয়ন দাখিল কৰিব বিৰোধী ঐক্যৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে
আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে সোমবাৰে অৰ্থাৎ ২৩…
সঞ্জু নাই, ৰিয়ান পৰাগৰ হাততে ৰাজস্থানৰ কমাণ্ড! কেনেকুৱা হ’ল নতুন ৰয়েলছ ব্ৰিগেড?
আই পি এলৰ ঊনবিংশতম ছিজনত যেতিয়া ৰাজস্থান ৰয়েলছে খেলপথাৰত নামিব তেতিয়া সকলোৰে চকুৱে এনে এজনক বিচাৰিব যিজন দৰাচলতে দলত একেবাৰেই নাই। দীৰ্ঘদিনৰ…
ঘৰৰ পৰা উদ্ধাৰ ৩টা শিশুসহ ৫জন লোকৰ মৃতদেহ, অঞ্চলজুৰি চাঞ্চল্য
এটা ঘৰৰ পৰা ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে পুৱা কেৰালাৰ কোচিৰ ভাদুঠালা অঞ্চলত সংঘটিত হয় এই…
এইবাৰ ইজৰাইলৰ পাৰমাণৱিক ঘাটিত প্ৰত্যাঘাত ইৰাণৰ! শতাধিক আহত; তেজস্ক্রিয় বিকিৰণ ঘটিল?
ইজৰাইলৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰক লক্ষ্য কৰি ইৰানে প্ৰত্যাক্ৰমণ চলায়। ডিমোনা আৰু আৰাদত থকা পাৰমাণৱিক কেন্দ্ৰ দুটাৰ সমীপত পৰে ইৰাণৰ ক্ষেপণাস্ত্ৰ। এই ঘটনাত…
জাগুন কমাণ্ডো শিবিৰত আলফা-স্বাধীনৰ ৰকেট চালিত গ্ৰেনেড আক্ৰমণত ৪ জন আহত, চলে গুলীয়াগুলি
বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইদিনমান পূৰ্বে দেওবাৰে তিনিচুকীয়াৰ জাগুনৰ দহ মাইলত থকা অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ শিবিৰত সংযুক্ত লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছম-স্বাধীন চমুকৈ…
কংগ্ৰেছৰ সৈতে মিত্ৰতাৰে নিজৰ ১৩খন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিলে ৰাইজৰ দলে
ৰাইজৰ দলে আসন্ন ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে, য’ত কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি সামৰি লোৱা হৈছে। দলৰ মুৰব্বী…
যৌন নিৰ্যাতনৰ অভিযোগ উঠাৰ পিছতে হাফলঙৰ পৰা পলায়ন আৱাসিক অভিযন্তাৰ
ডিমা হাছাওৰ হাফলং কাৰ্যালয়ত তেওঁৰ অধীনত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীক হাৰাশাস্তি কৰি হাফলং চহৰৰ পৰা পলায়ন কৰিছে এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ আৱাসিক অভিযন্তা…
‘নিৰ্বাচনৰ পিছতে বৃদ্ধি পাব পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ দাম’; ভৱিষ্যদ্বাণী ৰাহুলৰ, কেন্দ্ৰক কটাক্ষ
পশ্চিম এছিয়াৰ যুদ্ধই ভাৰতীয় বজাৰতো প্ৰভাৱ পেলাইছে। ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পাইছে। গেছৰ দাম বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ সঠিক প্ৰভাৱ পাঁচখন…