Author: এন ই নাও নিউজ, গুৱাহাটী
যুদ্ধৰ পৰিস্থিতিত ৰন্ধন গেছৰ যোগানত কঠোৰ নিয়ম কেন্দ্ৰৰ! ২৫ দিনৰ আগতে নহয় দ্বিতীয় বুকিং
মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিয়ে ইন্ধনৰ বজাৰত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। খাৰুৱা তেলৰ মূল্যৰ উপৰিও যোগান ব্যৱস্থাত অনিশ্চয়তা দেখা গৈছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে…
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান
প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান ঘটিছে। গুৱাহাটীৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।…
‘যুদ্ধ কেতিয়া শেষ হ’ব সেইটো আমি নিৰ্ধাৰণ কৰিম’; ট্ৰাম্পক প্ৰত্যুত্তৰ ইৰাণৰ, আৰৱ-ইউৰোপক বিশেষ চৰ্ত
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমে ভাবিছিল যে এই যুদ্ধ চাৰি-পাঁচ সপ্তাহ ধৰি চলিব পাৰে। অৱশ্যে সোমবাৰে তেওঁ কয়, ‘তেওঁলোকৰ একো বাকী নাই।…
মহিলা সংৰক্ষণ বিধেয়কৰ পৰা সমষ্টি পুনৰ্নিৰ্ধাৰণৰ চৰ্ত আঁতৰোৱাৰ সম্ভাৱনা, বিৰোধীৰ মতামত বিচাৰিলে কেন্দ্ৰই
লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ আইনী ব্যৱস্থা দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয়…
লাডাখক ষষ্ঠ অনুসূচী আৰু ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত পুনৰ উত্তাল উপত্যকা: ১২ মাৰ্চত লেহত বিশাল প্ৰতিবাদী সমদলৰ আহ্বান
পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দাবীত পুনৰ উত্তপ্ত হৈ পৰিছে লাডাখ। কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনাৰ স্থবিৰতা, বিশিষ্ট জলবায়ু কৰ্মী সোণম…
লেবাননত ইজৰাইলৰ সেনাই ব্যৱহাৰ কৰিছে ‘ৰাসায়নিক অস্ত্ৰ’! অভিযোগ মানৱাধিকাৰ সংস্থাৰ
আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি লেবাননৰ আৱাসিক এলেকাত ব্যৱহাৰ কৰা হৈছে মাৰাত্মক বগা ফছফৰাছ অস্ত্ৰ! ইজৰাইলৰ বিৰুদ্ধে এনে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ…
বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ ঘোষণা আইচিচিৰ; ভাৰতৰ পৰা কোনে কোনে পালে সুযোগ?
চেম্পিয়নৰ দৰে খেলি পুনৰ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছে টিম ইণ্ডিয়াই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন মেচত পৰাস্ত হোৱাৰ পাছতো ভাৰতে প্রশ্নাতীতভাৱে প্রতিযোগিতাখনৰ…
দেশৰ কোন কোন সাংসদে দৰমহা নলয়? সম্পূৰ্ণ টকাখিনি ঘূৰাই দিয়ে
লোকসভাৰ সাংসদসকলৰ দৰমহা আৰু অন্যান্য সুবিধাৰ বিষয়ে কৌতুহলৰ সৃষ্টি হয়। এটি বিশেষ আৰ টি আইৰ তথ্য পোহৰলৈ আহিছে য’ত প্ৰকাশ পাইছে যে…
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰততো! গেছৰ নাটনিত হাহাকাৰ বেংগালুৰুত, পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িব নেকি?
মধ্যপ্ৰাচ্যত তীব্ৰতৰ হৈ উঠা সংঘাতৰ প্ৰভাৱ এতিয়া ভাৰতৰ ঘৰুৱা বজাৰতো স্পষ্ট হৈ পৰিছে। ইয়াৰ এক জ্বলন্ত উদাহৰণ হিচাপে, বাণিজ্যিক ৰন্ধন গেছৰ তীব্ৰ…
নলবাৰীৰ সৰ্থেবাৰীত শোকাবহ পথ দুৰ্ঘটনা: ট্ৰেক্টৰৰ চেপাত ১২ বছৰীয়া কিশোৰীৰ কৰুণ মৃত্যু
অসমৰ নলবাৰী জিলাৰ সৰ্থেবাৰীত আজি এক অতি শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ১২ বছৰীয়া এজনী স্কুলীয়া ছাত্ৰীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া…