Author: এন ই নাও নিউজ, গুৱাহাটী
খোমেনিৰ মৃত্যুত প্ৰতিবাদী মিছিল লৈ কাশ্মীৰৰ ৰাজপথত সহস্ৰাধিক ছিয়া মুছলমান
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুত সমগ্ৰ কাশ্মীৰ উপত্যকাত শোকৰ ছাঁ পৰিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত খামেনেইৰ লগতে তেওঁৰ পৰিয়ালৰ…
কোন হ’ব ইৰাণৰ পৰৱৰ্তী নেতা? জানক তিনি সাম্ভাৱ্য উত্তৰাধিকাৰীৰ বিষয়ে
খামেনিৰ মৃত্যুৰ পাছত এতিয়া ইৰাণৰ পৰৱৰ্তী নেতা কোন হ’ব তাক লৈ সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা চলিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ…
আঁচনিৰ সুবিধাৰ বাবে বিজেপিৰ সভাত যাবলৈ বাধ্য হৈছে অসমৰ মহিলা, দাবী গৌৰৱ গগৈৰ
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শনিবাৰে (২৮ ফেব্ৰুৱাৰী) অভিযোগ উত্থাপন কৰে যে চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ স্বাৰ্থত ভাৰতীয় জনতা…
যুদ্ধৰ কৱলত পিভি সিন্ধু, ডুবাইত আৱদ্ধ ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকী
মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা এক ভয়াবহ যুদ্ধ সদৃশ পৰিস্থিতিয়ে এতিয়া ক্ৰীড়া বিশ্বতো ব্যাপক প্ৰভাৱ পেলাইছে। বিশেষকৈ ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধু বৰ্তমান…
ঘৰমুৱা পাকিস্তান, জয়ী হৈও নাপালে ছেমি ফাইনেল; আশাত চেঁচাপানী ঢালিলে শ্ৰীলংকাই
জয়ী হ’লেও প্ৰতিযোগিতাত টিকি থাকিব নোৱাৰিলে। অৱশেষত ২০২৬ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল পাকিস্তান। ছুপাৰ-৮ পৰ্যায়ৰ অন্তিমখন…
মোক্ষম আঘাত! খামেনেইৰ মৃত্যু নিশ্চিত কৰিলে তেহৰানে; ৪০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হৈছে। তেহৰানেও নিশ্চিত কৰিছে যে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত তেওঁ নিহত হৈছে। ইৰাণৰ চৰকাৰী…
নিহত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেই; দাবী ট্ৰাম্প-নেতানিয়াহুৰ, কি ক’লে ইৰানে?
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু ঘটিছে। যৌথ আক্ৰমণৰ পিছতে এই কথা দাবী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন…
বিলাহীৰ চমৎকাৰ গুণ কেৱল খোৱাতে নহয় মুখত ঘঁহিলেও পাব পাৰি উজ্জ্বল ছাল
বিলাহী যে আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় সেই কথা আমি সকলোৱে জানো। বিশেষকৈ চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু…
কলিয়াবৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ: জখলাবন্ধাত সৰ্বাত্মক বন্ধ পালন, চৰকাৰলৈ কঠোৰ সকীয়নি
মধ্য অসমত এক গুৰুত্বপূৰ্ণ ঘাইপথ নিৰ্মাণৰ দাবীক কেন্দ্ৰ কৰি ২৮ ফেব্ৰুৱাৰী, শনিবাৰে পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড় সংযোগী…
ভাৰতীয় সংস্কৃতিক অপমানৰ অভিযোগ: হিন্দু সংগঠনৰ প্ৰতিবাদৰ ওচৰত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ক্ষমা প্ৰাৰ্থনা
বিশ্বৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ভাৰতীয় সংস্কৃতিক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সংস্কৃত পাঠ্যক্ৰমৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা এটা…