Author: এন ই নাও নিউজ, গুৱাহাটী
আঁতৰিল আইনী জটিলতা! স্থগিতাদেশ উঠাই ল’লে উচ্চ ন্যায়ালয়ে; মুক্তিৰ পথত ‘দ্য কেৰেলা ষ্ট’ৰী ২’
দ্য কেৰেলা ষ্ট’ৰী ২ মুক্তিক কেন্দ্ৰ কৰি থকা আইনী জটিলতা সদ্যহতে আঁতৰিল। কেৰালা উচ্চ ন্যায়ালয়ে ছবিখনৰ ওপৰত দিয়া স্থগিতাদেশৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে।…
বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা চূড়ান্ত পৰ্যায়ত : বিৰোধী ঐক্যত চামিল হ’ব নেকি ইউ পি পি এল?
অসমৰ আগন্তুক নিৰ্বাচনী ৰাজনীতিৰ সমীকৰণ স্পষ্ট কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি…
ব্যস্ত পথত ভাঙি পৰিল টকা ভৰ্তি বিমান; কমেও ১৫ জন লোকৰ মৃত্যু, ধ্বংসাৱশেষত ধনৰ সন্ধান!
শুকুৰবাৰে বলিভিয়াৰ ৰাজধানী লা পাজৰ সমীপৰ এল আল্ট’ চহৰৰ ব্যস্ত পথত দুৰ্ঘটনাগ্ৰস্ত হয় বলিভিয়াৰ বায়ুসেনাৰ এখন হাৰকিউলিছ বিমান। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি…
নয়দাত ভয়ংকৰ কাণ্ড: পেট্ৰ’লৰ পইচা নিদিয়াকৈ পলাই যোৱা থাৰ চালকে ৭ কিলোমিটাৰ চোঁচৰাই নিলে জ্বলি থকা বাইক
উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত এটা অতি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন থাৰ চালকে এজন বাইক আৰোহীক খুন্দা মৰাৰ পিছত বাইকখন নিজৰ গাড়ীৰ…
আন নায়িকাৰ সৈতে পৰকীয়া! ২৭ বছৰীয়া বিবাহ ভাঙিছে ছুপাৰষ্টাৰ বিজয়ৰ? বিচ্ছেদৰ গোচৰ পত্নীৰ
দক্ষিণৰ চলচ্চিত্ৰ জগতৰ মেগাষ্টাৰ তথা ৰাজনৈতিক দল ‘তামিলগা ভেট্টী কাঝাগাম’ (টিভিকে)ৰ নেতা বিজয়ৰ ব্যক্তিগত জীৱনত ডাঙৰ বিপৰ্যয়। ৰূপালী পৰ্দাৰ যুঁজ বা ৰাজনৈতিক…
তামিলনাডুত জঘন্য কাণ্ড: আঢ়ৈ বছৰীয়া শিশুক ধ*ৰ্ষ*ণ আৰু হত্যাৰ অভিযোগত শাসকীয় দলৰ নেতা গ্ৰেপ্তাৰ
তামিলনাডুৰ কৃষ্ণগিৰি জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা। শাসকীয় দ্ৰাবিড়া মুন্নেত্ৰা কাজাগাম অৰ্থাৎ ডিএমকে দলৰ এজন যুৱ শাখাৰ নেতাক এজনী মাত্ৰ আঢ়ৈ…
ওড়িশাত হৃদয়বিদাৰক ঘটনা: একেদিনাই দুবাৰকৈ ধ*ৰ্ষ*ণৰ বলি হৈ প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে
ওড়িশাৰ জগৎসিংপুৰ জিলাত এক অত্যন্ত মৰ্মান্তিক আৰু জঘন্য ঘটনা সংঘটিত হৈছে। এগৰাকী ২৩ বছৰীয়া যুৱতীক একেটা দিনতে দুবাৰকৈ ধৰ্ষণ কৰাৰ পাছত চাৰি…
বৃহৎ ঋণৰ বোজা, বন্ধ হৈ গ’ল ভাৰতত উপনিবেশ স্থাপনৰ কাণ্ডাৰী ‘দেউলীয়া’ ইষ্ট ইণ্ডিয়া কোম্পানী
বণিকৰ ৰূপত প্ৰৱেশ কৰি ভাৰতত শাসকলৈ যাত্ৰা। দেশত ব্ৰিটিছ উপনিবেশ স্থাপনৰ আঁৰত আছিল ইষ্ট ইণ্ডিয়া কোম্পানী। এসময়ত কোম্পানীটো ক্ষমতাৰ শিখৰত আছিল। আজি…
ফাগুনৰ দিনবোৰত ধূলিৰ পৰা ছালখন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব?
১. বাহ্যিক সুৰক্ষা স্কার্ফ বা মাস্ক ব্যৱহাৰ কৰক: বাহিৰলৈ ওলাই যাওঁতে সদায় এখন চাফা স্কার্ফ বা ওৰণিৰে মুখখন ঢাকি ল’ব। ই ধূলিৰ…
পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক, বিজেপিয়ে ১০ খন আসন পালে ৰাজনীতি এৰি দিম : দোষমুক্ত হৈ প্ৰত্যাহ্বান কেজৰিৱালৰ
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে এক দীৰ্ঘদিনীয়া আইনী যুঁজৰ পাছত এক বৃহৎ জয় লাভ কৰিছে। বহুল চৰ্চিত দিল্লী আবকাৰী নীতি গোচৰত শুকুৰবাৰে…