Author: এন ই নাও নিউজ, গুৱাহাটী
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সিদ্ধান্ত সলনি কৰা নাই ভাৰতে, হোৱাইট হাউছৰ দাবী নস্যাৎ মস্কোৰ
ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ যি নীতি গ্ৰহণ কৰি আহিছে, সেই ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই বুলি ৰাছিয়াৰ…
মৰ্মান্তিক: ফোন কাঢ়ি লোৱাৰ বাবে তিনি ভগ্নীৰ চৰম পন্থা, পোহৰলৈ আহিল কোৰিয়ান সংস্কৃতিৰ আসক্তি
উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এটা অত্যন্ত বেদনাদায়ক ঘটনা সংঘটিত হৈছে যিয়ে সমগ্ৰ দেশ কঁপাই তুলিছে। এটা আৱাসগৃহৰ নৱম মহলাৰ পৰা জপিয়াই তিনিগৰাকী কিশোৰী…
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ১২ হাজাৰ বিঘা মাটি দখলৰ গুৰুতৰ অভিযোগ গৌৰৱ গগৈৰ
বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…
লিবিয়াৰ প্ৰাক্তন শাসক গাড্ডাফীৰ পুত্ৰ ছাইফ আল ইছলাম গুলীয়াই হত্যা
লিবিয়াৰ প্ৰাক্তন একনায়কত্ববাদী শাসক মুৱাম্মাৰ গাড্ডাফীৰ পুত্ৰ তথা এসময়ৰ উত্তৰাধিকাৰী ছাইফ আল ইছলাম গাড্ডাফীক তেওঁৰ নিজ গৃহতে গুলীয়াই হত্যা কৰা হৈছে। লিবিয়াৰ…
২০২৬ৰ নিৰ্বাচনক লৈ অসমৰ ৰাজনীতিত ধুমুহা: মিত্ৰতা নে সংঘাত, অনিশ্চয়তাৰ মাজত শাসকীয় পক্ষ
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা ইতিমধ্যে বাজি উঠিছে। ৰাজ্যৰ শাসনৰ গাদী দখল কৰিবলৈ এতিয়াৰ পৰাই শাসক আৰু বিৰোধী উভয়…
‘এইটো হোৱাটছ্এপ কমিছন’, কাম কেৱল নাম কৰ্তন কৰা— উচ্চতম ন্যায়ালয়ত মমতাৰ তীব্ৰ আক্ৰমণ
বুধবাৰে দুপৰীয়া দেশৰ উচ্চতম ন্যায়ালয়ত এক বিৰল দৃশ্য দেখা গ’ল য’ত কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজেই নিজৰ পক্ষ সমৰ্থন কৰি যুক্তি প্ৰদৰ্শন কৰে।…
জলজীৱন মিছনক লৈ অসমত হাহাকাৰ, কেন্দ্ৰই বন্ধ কৰিলে পুঁজি: বিপাঙত ঠিকাদাৰ
গ্ৰামাঞ্চলৰ প্ৰতিটো ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে আৰম্ভ কৰা জলজীৱন মিছনক লৈ এতিয়া ৰাজ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে এই…
দার্শনিক গিৰীশ বৰুৱালৈ ‘শ্রেষ্ঠ বিদ্যায়তনিক গৱেষক’ৰ সন্মান
দার্শনিক গিৰীশ বৰুৱালৈ তামিলনাডুস্থিত ভাৰতীয় বিদ্যায়তনিক গৱেষক সংস্থাই ২০২৫ বৰ্ষৰ ‘বিদ্যায়তনিক শ্রেষ্ঠ গৱেষক‘ সন্মান আগবঢ়াইছে। নিৰলস সাধনাৰে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাললৈ বৰুৱাই ইতিমধ্যে…
হাইলাকান্দিৰ উচ্ছেদ অভিযানৰ তীব্ৰ বিৰোধিতা বিধায়ক চুজাম উদ্দিন লস্কৰৰ
হাইলাকান্দি জিলাৰ ইনাৰ লাইন সংৰক্ষিত বনাঞ্চলত চলি থকা বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযানে মঙলবাৰে দুটা দিন অতিক্ৰম কৰিলে। বন বিভাগৰ তথ্য অনুসৰি, ইনাৰ…
মোক কিয় বাধা দিয়া হ’ল?” লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিস্ফোৰক পত্ৰ
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয়ত সদনত বক্তব্য ৰাখিবলৈ বাধা দিয়াৰ অভিযোগ তুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি…