NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

অজিত পাৱাৰৰ চকীত বহিব পত্নী সুনেত্ৰা; মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব!

বিমান দুৰ্ঘটনাত মৃত্যু হোৱা অজিত পাৱাৰৰ চকীখনত বহিব পত্নী সুনেত্ৰা পাৱাৰ। শনিবাৰেই তেওঁ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। সংবাদ মাধ্যমৰ…

এন ই নাও নিউজ, গুৱাহাটী · January 31, 2026 8:21 am
দেশ

স্কুলত ছাত্ৰীক বিনামূলীয়াকৈ দিব লাগিব চেনিটেৰী নেপকিন : ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ স্কুলত এতিয়াৰে পৰা ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ চেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰিব লাগিব। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি…

এন ই নাও নিউজ, গুৱাহাটী · January 31, 2026 7:35 am
অসম

ভোট চোৰৰ বিৰুদ্ধে জোঁৰ লৈ চছলত সন্মিলিত বিৰোধীৰ উত্তাল প্ৰতিবাদ

ভোট চুৰিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰৱল জনমত গঢ়ি তুলিবৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে চছলৰ প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনায়।…

এন ই নাও নিউজ, গুৱাহাটী · January 30, 2026 9:20 pm
অসম

উত্তৰ-পূব ভাৰতৰ শক্তি নীতি : ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত দিছপুৰত বিশাল গণ সন্মিলন

শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ গণ সন্মিলনত উত্তৰ-পূবৰ ১৫টাতকৈও অধিক জনজাতীয় আৰু থলুৱা সংগঠনে একত্ৰিত হৈ এক ঐতিহাসিক ঘোষণা পত্ৰত স্বাক্ষৰ কৰে।…

এন ই নাও নিউজ, গুৱাহাটী · January 30, 2026 8:40 pm
দেশ

তথ্য জনাৰ অধিকাৰ আইনত হাতুৰী! আইনখন পুনৰ বিবেচনা কৰাৰ প্ৰস্তাৱ অৰ্থনৈতিক জৰীপৰ

শেহতীয়াকৈ সংসদত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ অৰ্থনৈতিক জৰীপত তথ্য জনাৰ অধিকাৰ (RTI) আইনখনৰ প্ৰাসংগিকতা আৰু ইয়াৰ ব্যৱহাৰিক দিশসমূহ পুনৰীক্ষণ কৰাৰ প্ৰস্তাৱ দিয়া…

এন ই নাও নিউজ, গুৱাহাটী · January 30, 2026 5:45 pm
আন্ত: ৰাষ্ট্ৰীয়

ইলন মাস্কৰ এক্সৰ বিৰুদ্ধে তদন্ত ইউৰোপীয় কমিছনৰ : গ্রোকৰ দ্বাৰা লাখ লাখ মহিলাৰ বিকৃত ছবি প্ৰস্তুতৰ অভিযোগ

ইলন মাস্কৰ মালিকানাধীন ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ বিৰুদ্ধে ইউৰোপীয় কমিছনে এক গুৰুতৰ তদন্ত আৰম্ভ কৰিছে। অভিযোগ উঠিছে যে এই প্লেটফৰ্মত থকা কৃত্ৰিম…

এন ই নাও নিউজ, গুৱাহাটী · January 30, 2026 4:55 pm
Uncategorized

বিয়াৰ পূৰ্বেই লিভ-ইন ৰিলেচনশ্বিপ! ভাৰতৰ এনে এখন গাঁও য’ত বিয়াখন মাত্ৰ ঐচ্ছিক

বৰ্তমানৰ চহৰীয়া সমাজত লিভ-ইন ৰিলেচনশ্বিপক আধুনিকতা বা পাশ্চাত্যৰ প্ৰভাৱ বুলি গণ্য কৰা হয় যদিও ভাৰতৰ এখন বিশেষ ঠাইত এই প্ৰথা হাজাৰ বছৰ…

এন ই নাও নিউজ, গুৱাহাটী · January 30, 2026 3:40 pm
দেশ

শিশুক ক্ষতি কৰিছে সামাজিক মাধ্যমে! ফেচবুক-ইনষ্টা ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্ধাৰণ হ’ব বয়সৰ সীমা

দেশত ছচিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু ইয়াৰ নেতিবাচক দিশসমূহক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰ চৰকাৰ। শেহতীয়াকৈ ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত…

এন ই নাও নিউজ, গুৱাহাটী · January 30, 2026 2:43 pm
অসম

জুবিন গাৰ্গ গোচৰত অমৃতপ্ৰভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন আবেদন নাকচ আদালতৰ

জুবিন গাৰ্গ হত্যাৰ গোচৰত শুকুৰবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে তিনি অভিযুক্ত অমৃতাপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু…

এন ই নাও নিউজ, গুৱাহাটী · January 30, 2026 1:45 pm
অসম

মিঞা মানেই বাংলাদেশী! হিমন্ত বিশ্বৰ প্ৰশংসাত পঞ্চমুখ গোপী বহু দেৱলীনা

অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই মিঞা শব্দৰ বিতৰ্কক লৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ সমৰ্থন জনাইছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ এটা…

এন ই নাও নিউজ, গুৱাহাটী · January 30, 2026 1:25 pm