Author: এন ই নাও নিউজ, গুৱাহাটী
ভাৰতীয় উচ্চ শিক্ষাৰ আন্তৰ্জাতিকীকৰণ: নীতি আয়োগৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ
চৰকাৰী নীতি নিৰ্ধাৰক প্ৰতিষ্ঠান নীতি আয়োগৰ এক শেহতীয়া কাৰ্যপত্ৰত উল্লেখ কৰা হৈছে যে দেশৰ প্ৰতিষ্ঠিত উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ, যেনে আই.আই.টি , আই.আই.এম…
অৰুণাচলত পৰিৱেশ ধ্বংস কৰি পথ নিৰ্মাণ! ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কঠোৰ স্থিতি
অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ পৰিৱেশ-সংবেদনশীল জলচ্ছেদ অঞ্চলত অনিয়ন্ত্ৰিত পথ নিৰ্মাণৰ অভিযোগক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে। যোৱা…
ফল আৰু গাখীৰ একেলগে খালে সঁচাকৈয়ে বিষক্ৰিয়া হয় নেকি? জানক বিশেষজ্ঞৰ মত
আমাৰ মাজৰ বহুতৰে এটা অভ্যাস আছে যে ৰাতিপুৱাৰ আহাৰত গাখীৰ আৰু ফল একেলগে খায়। বহুতে ভাবে যে এনেদৰে খালে শৰীৰে অধিক পুষ্টি…
ডিব্ৰুগড়ত মাজনিশা তিনি কুকুৰ চোৰ আটক : ৰহস্যজনক সামগ্ৰী উদ্ধাৰক লৈ চাঞ্চল্য
ডিব্ৰুগড় চহৰত শেহতীয়াকৈ ৰাজপথৰ কুকুৰ নিৰুদ্দেশ হোৱাক লৈ সৃষ্টি হোৱা জনসাধাৰণৰ শংকা এতিয়া এক নতুন মোৰ লৈছে। মঙলবাৰে নিশা প্ৰায় ২ বজাত…
অসমত কংগ্ৰেছৰ চৰকাৰ হʼলে মদৰ দোকান বন্ধ কৰি বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰা হʼব : গৌৰৱ গগৈ
২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কাৰ্বি আংলং জিলাৰ ডেন গাঁৱত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এক বৃহৎ কৰ্মী সভা অনুষ্ঠিত কৰি কাৰ্যতঃ…
মোজাম্বিকৰ মানৱহিতৈষী গ্ৰাচা মাচেললৈ ২০২৫ চনৰ ‘ইন্দিৰা গান্ধী শান্তি বঁটা’
শান্তি, নিৰস্ত্ৰীকৰণ আৰু উন্নয়নৰ বাবে আগবঢ়োৱা ভাৰতৰ মৰ্যাদাপূৰ্ণ ‘ইন্দিৰা গান্ধী শান্তি বঁটা’ মোজাম্বিকৰ মানৱহিতৈষী গ্ৰাচা মাচেললৈ (Graca Machel) আগবঢ়োৱা হৈছে। শিক্ষা, স্বাস্থ্য,…
২৭ বছৰীয়া বৰ্ণিল যাত্ৰাৰ সামৰণি! অৱসৰ ল’লে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে
বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত এক উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিগণিত হোৱা নাছাৰ (NASA) জ্যেষ্ঠ মহাকাশচাৰী সুনীতা উইলিয়ামছে তেওঁৰ সুদীৰ্ঘ ২৭ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ…
নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ অভিলেখ সংখ্যক ব্যয়: অডিট ৰিপৰ্টত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য
ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচন হৈছে এক বৃহৎ প্ৰক্ৰিয়া, য’ত ৰাজনৈতিকদলসমূহৰ নিৰ্বাচনী প্ৰচাৰ আৰু কৌশলগত স্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰে। কিন্তু প্ৰশ্ন হয়…
দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়: কেন্দ্ৰীয় কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নালাগে চিবিআইৰ সন্মতি
উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানত স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ (PC Act) অধীনত উৎকোচ গ্ৰহণৰ গোচৰত…
বৃদ্ধি পাইছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত: উত্তৰাখণ্ডত ২০ দিনত ৭ জনৰ মৃত্যু
উত্তৰাখণ্ডত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত এক ভয়াবহ পৰ্যায়ত উপনীত হৈছে। চলিত জানুৱাৰী মাহৰ প্ৰথম ২০ দিনৰ ভিতৰতে বন্যপ্ৰাণীৰ আক্ৰমণত ৰাজ্যখনত সাতজন লোকৰ…