Author: এন ই নাও নিউজ, গুৱাহাটী
১ ডলাৰৰ বিপৰীতে ৯১ টকা, পুনৰ ভাৰতীয় মুদ্ৰাৰ পতন; নতুন বছৰত কিমান হ্ৰাস পালে মুদ্ৰাৰ মূল্য?
ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্যৰ বৃহৎ পতন ঘটিছে। ভাৰতীয় মুদ্ৰাৰ মূল্য ১ মাৰ্কিন ডলাৰৰ বিপৰীতে প্ৰায় ৯১ টকা হৈছেগৈ। বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক…
‘পঞ্জাৱ কেশৰী’ সংবাদগোষ্ঠীলৈ সকাহ: সংবাদপত্ৰৰ স্বাধীনতাৰ সপক্ষে শীৰ্ষ আদালত
পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰি প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবে ‘পঞ্জাৱ কেশৰী‘ সংবাদগোষ্ঠীৰ ওপৰত চলোৱা চৰকাৰী দমনৰ বিৰুদ্ধে ঢাল হৈ থিয় দিছে দেশৰ…
নিজৰ কেবিনতে একাধিক মহিলাৰে ঘনিষ্ঠতা; ‘অশ্লীল’ ভিডিঅ’ কাণ্ডত নিলম্বিত কৰ্ণাটকৰ ডিজিপি
ভাইৰেল ‘অশ্লীল’ ভিডিঅ’ক লৈ তীব্ৰ বিতৰ্কৰ মাজতে সোমবাৰে কৰ্ণাটক চৰকাৰে আৰক্ষী সঞ্চালক প্ৰধান কে ৰামচন্দ্ৰ ৰাওক নিলম্বন কৰিছে। সোমবাৰে জাৰি কৰা নিলম্বনৰ…
আঘাতত জৰ্জৰিত হৈ ২১ বছৰীয়া বেডমিণ্টন কেৰিয়াৰক বিদায় দিলে অলিম্পিক পদক জয়ী ছাইনা নেহৱালে
অৱসৰ ল’লে ছাইনা নেহৱালে। তেওঁ ভাৰতৰ বাবে বেডমিণ্টনত প্ৰথমটো অলিম্পিক পদক কঢ়িয়াই আনিছিল। অৱশ্যে যোৱা দুবছৰ ধৰি তেওঁ বাৰে বাৰে আঘাতৰ সন্মুখীন…
ইৰাণত মানৱ অধিকাৰৰ তীব্ৰ উলংঘন: প্ৰতিবাদ দমনৰ নামত ৪,০০০তকৈও অধিক লোকক হত্যা
ইৰাণত দেশজুৰি চলি থকা চৰকাৰবিৰোধী প্ৰতিবাদক দমন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত ৪,০২৯ জন লোকৰ মৃত্যু হোৱাৰ এক চাঞ্চল্যকৰ তথ্য…
বিশ্বৰ ৰাজনৈতিক ক্ষমতা ক্ৰমান্বয়ে ধনী লোকৰ হাতত; অক্সফামৰ প্ৰতিবেদন, ভাৰতৰ অৱস্থা কি?
সমগ্ৰ বিশ্বৰ ৰাজনৈতিক পৰিৱেশত পৰিৱৰ্তনৰ বতাহ বলিছে। ধনী আৰু প্ৰভাৱশালী লোকসকল দ্ৰুতগতিত ক্ষমতাৰ শীৰ্ষলৈ উঠিছে। ৰাজনৈতিক পদবী লাভৰ সম্ভাৱনাৰ পৰা আৰম্ভ কৰি…
বিচাৰত পলম হ’লে জামিন দিয়াই নিয়ম: উমৰ খালিদৰ প্ৰসংগত কি ক’লে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে
দিল্লী হিংসাত্মক ঘটনাৰ গোচৰত ২০২০ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) প্ৰাক্তন ছাত্ৰ নেতা উমৰ খালিদ। শেহতীয়াকৈ উচ্চতম…
যুদ্ধৰ আশংকা? গ্ৰীণলেণ্ড অভিমুখে আমেৰিকাৰ সামৰিক বিমান; ডেনমাৰ্কৰো সেনা মোতায়েন
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ড দখল কৰিবলৈ উদ্বাউল হৈ পৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ এই ভূখণ্ড বিচাৰে। ক্ৰমে উত্তেজনা বাঢ়িছে। এই…
আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পূৰ্বানুমান: মন্থৰ হ’ব ভাৰতৰ অৰ্থনৈতিক সম্প্ৰসাৰণৰ গতি
আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (IMF) আগন্তুক বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ উল্লেখনীয়ভাৱে হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। চলিত বৰ্ষৰ শক্তিশালী প্ৰদৰ্শনৰ পাছত…
বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত নীতিন নবীন! নাড্ডাৰ উত্তৰাধিকাৰী বিজেপিৰ কনিষ্ঠতম সভাপতি
বিহাৰৰ মন্ত্ৰী নীতিন নবীন বিজেপিৰ নতুন সৰ্বভাৰতীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে। কোনো প্ৰতিদ্বন্দ্বী নথকাৰ বাবে সোমবাৰে তেওঁ এই গুৰুত্বপূৰ্ণ পদটো সহজেই লাভ…