Author: এন ই নাও নিউজ, গুৱাহাটী
হাৰিয়ানাত ভয়ংকৰ ঘটনা : লিফ্ট দিয়াৰ চলেৰে গাড়ীত উঠাই দলবদ্ধ ধৰ্ষণ যুৱতীক
হাৰিয়ানাৰ চনীপতত এক অতি ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অফিচৰ কাম শেষ কৰি নিজৰ গাঁৱৰ ঘৰলৈ যাবলৈ বাহনৰ বাবে অপেক্ষা কৰি…
৪০ দিনৰ ভিতৰতে দোষীক শাস্তি : শিশু ধ*ৰ্ষ*ণ আৰু নৃশংসতাৰ বিৰুদ্ধে গুজৰাটত ঐতিহাসিক ৰায়দান
গুজৰাটৰ ৰাজকোট জিলাত সংঘটিত হোৱা এক অতি ভয়ংকৰ আৰু অমানৱীয় কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া মাত্ৰ ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি আদালতে এক ঐতিহাসিক…
‘লাডলী বেহেন’ আঁচনিৰ খৰচৰ জোৰা মাৰিবলৈ ঋণৰ জালত বিজেপি শাসিত মধ্যপ্ৰদেশ চৰকাৰ
২০২৩ চনত তদানীন্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ চৰকাৰে ‘লাডলী বেহেন যোজনা’ৰ অধীনত মধ্যপ্ৰদেশৰ ১.২৯ কোটি মহিলাৰ একাউণ্টলৈ প্ৰায় ১২ কোটি টকা ট্ৰেন্সফাৰ…
প্ৰতিবাদ আৰু গোলাবৰ্ষণৰ মাজত ইৰাণত আবদ্ধ ভাৰতীয়ৰ ভয়ংকৰ অভিজ্ঞতা
ইৰাণত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মাজৰ পৰা অৱশেষত দেশলৈ উভতি আহিছে প্ৰথমটো ভাৰতীয়ৰ দল। নিজ দেশৰ মাটিত ভৰি থৈয়েই তেওঁলোকে ইৰাণৰ সেই…
কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত আছে। আজি তেওঁৰ ভ্ৰমণৰ দ্বিতীয়টো দিনত কাজিৰঙাৰ বহু প্ৰত্যাশিত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে।…
অকপট হাগ্ৰামা! প্ৰধানমন্ত্ৰী মোডীক বড়ো চুক্তিৰ বাকী থকা প্ৰতিশ্ৰুতিসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণৰ আহ্বান
বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে শনিবাৰে (১৭ জানুৱাৰী) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২০০৩ চনৰ বড়ো চুক্তি আৰু ২০২০ চনৰ বড়ো শান্তি চুক্তিৰ…
যৌতুকৰ বলি? পুৱাই দুৱাৰ খুলি পিতৃয়ে দেখিলে দুৱাৰমুখত পৰি থকা নৱবিবাহিতা কন্যাৰ মৃতদেহ!
তেতিয়া ফেঁহুজালি দিছিলহে। পুৱাই ঘৰৰ মূল দুৱাৰখন খোলাৰ লগে লগে সকলোৱে থতমত খালে। ঘৰৰ নৱবিবাহিতা ছোৱালীজনীৰ মৃতদেহটো দুৱাৰমুখতে পৰি আছিল! এনে এক…
নগা বিদ্ৰোহী নেত্ৰী আলেমলা জামিৰক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ
নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এমৰ জ্যেষ্ঠ নেত্ৰী তথা স্বঘোষিত কেবিনেট মন্ত্ৰী আলেমলা জামিৰক দীৰ্ঘদিন কাৰাবাসৰ অন্তত উচ্চতম ন্যায়ালয়ে জামিন…
ওজন ২১০ টন, উচ্চতা ৩৩ ফুট, ভাৰতৰ কোনখন ৰাজ্যত স্থাপন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ
বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ কল্যাণপুৰ ব্লকত নিৰ্মাণ হৈ থকা বিৰাট ৰামায়ণ মন্দিৰত শেহতীয়াকৈ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় লাখ লাখ ভক্ত।…
গ্ৰীণলেণ্ড পাবলৈ আতুৰ ট্ৰাম্প, ডেনমাৰ্ককে ধৰি ইউৰোপৰ ৮ খন দেশৰ ওপৰত শুল্ক আৰোপ আমেৰিকাৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীনলেণ্ডৰ ওপৰত নিজৰ স্থিতি অলপো সলনি কৰা নাই। ডেনমাৰ্কৰ অধীনত থকা এই দ্বীপটো ক্ৰয় কৰিবলৈ আমেৰিকাই আগ্ৰহী যদিও…