Author: এন ই নাও নিউজ, গুৱাহাটী
হেৰাই গ’ল আৰু এক শৈশৱকালৰ সাক্ষী! চিৰদিনৰ বাবে বন্ধ হৈ গ’ল ‘ড’ৰেমন’ৰ সম্প্ৰচাৰ
এটা সম্পূৰ্ণ প্ৰজন্মৰ বাবে মন বিষাদৰ খবৰ। অন্ত পৰিল ৩৫ বছৰীয়া এক যাত্ৰাৰ। যিটো চৰিত্ৰক দেখিলেই ভাৱ হয় যেন এক পলকতে সকলো…
ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই আৰম্ভ কৰিলে তিনিদিনীয়া অনশন কাৰ্যসূচী
গুৱাহাটীৰ লতাশিলৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰণৰ বিৰুদ্ধে গৰজি উঠিছে গুৱাহাটীৰ অধিবক্তা সমাজ। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আজিৰে…
অপাৰেচন সিন্দুৰৰ পিছত নেতাৰ বিদেশ ভ্ৰমণত মুঠ খৰচ হ’ল ১৩ কোটি টকা, বিনিময়ত কি পালে ভাৰতে?
বিগত বৰ্ষৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। ভাৰতে ইয়াক পাকিস্তানৰ দ্বাৰা আশীৰ্বাদপুষ্ট আক্ৰমণ বুলি অভিহিত…
ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ভাৰতৰ ওপৰত আৰোপ কৰিব ৫০০% শুল্ক! সেউজ সংকেত ট্ৰাম্পৰ
ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কলৈ নামি আহিছে এক অভূতপূৰ্ব সংকট। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক বৃহৎ আৰ্থিক জৰিমনা বা ‘শাস্তি’…
ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰক প্ৰদৰ্শনৰ মূল্যায়নৰ বাবে হোটেললৈ মাতি আনি ধৰ্ষণ, গ্ৰেপ্তাৰ প্ৰশিক্ষক
ৰাষ্ট্ৰীয় শ্বুটিং প্ৰশিক্ষকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ১৭ বছৰীয়া শ্বুটাৰক ধৰ্ষণৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত ইতিমধ্যে…
এটা অষ্ট্ৰেলিয়ান অন্তৰ্বাস আৰু এজন ৰাজনৈতিক নেতাৰ কেৰিয়াৰ নষ্ট হোৱাৰ কাহিনী
যোৱা ৩ জানুৱাৰীত আদালতত অন্ত পৰিলে তিনিটা দশক ধৰি চলা এটা গোচৰ। ড্ৰাগছ গোচৰত প্ৰমাণ নষ্ট কৰাৰ অপৰাধত দোষী সাব্যস্ত হ’ল কেৰালাৰ…
১০ বছৰত ৮২ শতাংশ বৃদ্ধি পাই ৩ কোটি টকা হৈছেগৈ মোডীৰ সম্পত্তি, আৰু কাৰ কিমান বৃদ্ধি?
এপিনে মূল্যবৃদ্ধি আৰু আনফালে টকাৰ মূল্য ক্ৰমান্বয়ে কমি আহিছে, যাৰ ফলত সাধাৰণ মানুহৰ পৰিয়াল চলাবলৈ সমস্যা হৈছে। আনপিনে, যোৱা ১০ বছৰত ৰাজনৈতিক…
প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিৰ বাবে চৰকাৰৰ নতুন চিন্তা, বৃদ্ধি পাব পাৰে ষ্টাইপেণ্ড আৰু বয়সৰ সীমা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনি চমুকৈ পিএমআইএছক লৈ এতিয়া এক নতুন পৰিকল্পনা চলি থকাৰ কথা জানিব পৰা…
বিশ্ব মঞ্চত মোদী চৰকাৰৰ বৃহৎ কূটনৈতিক বিফলতা: ট্ৰাম্পৰ এটা সিদ্ধান্তই ধূলিস্যাৎ কৰিলে ভাৰতৰ ‘সৌৰ মৈত্ৰী’ৰ সপোন
এফালে দেশৰ বনাঞ্চলক কৰ্পোৰেট গোষ্ঠীৰ হাতত গতাই দিয়াৰ আত্মঘাতী সিদ্ধান্ত আৰু আনফালে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ মঞ্চত মিত্ৰদেশৰ চৰম বিশ্বাসঘাতকতা! এই দ্বিমুখী বিফলতাই বৰ্তমানৰ…
সোণম ৱাংচুকৰ আটকৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি এদিনৰ বাবে পিছুৱালে উচ্চতম ন্যায়ালয়ে
বুধবাৰে অৰ্থাৎ ৭ জানুৱাৰী, ২০২৬ তাৰিখে উচ্চতম ন্যায়ালয়ে জলবায়ু কৰ্মী সোণম ৱাংচুকৰ আটকৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি গোচৰটো…