Author: এন ই নাও নিউজ, গুৱাহাটী
দিল্লীৰ হিংসাৰ গোচৰত উমৰ খালিদ-শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
২০২০ চনৰ দিল্লী হিংসাৰ ইউএপিএ গোচৰৰ অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আনহাতে, সোমবাৰে উচ্চতম ন্যায়ালয়ে…
‘মোদীয়ে জানিছিল মই অসন্তুষ্ট’, ভাৰতৰ ওপৰত আৰু শুল্ক আৰোপৰ ভাবুকি ট্ৰাম্পৰ, কিন্তু কিয়?
বিশ্বজুৰি ক্ষমতা প্ৰতিষ্ঠা কৰাৰ নিচাত উন্মাদ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। এপিনে স্বাধীন ভেনিজুৱেলাৰ পৰা সপত্নীক ৰাষ্ট্ৰপতিক অপহৰণ কৰি দেশখনৰ নিয়ন্ত্ৰণ…
দক্ষিণ কোৰিয়াৰ লিভ ইন পাৰ্টনাৰক ঘপিয়াই হত্যা মণিপুৰী যুৱতীৰ! নয়ডাৰ ফ্লেটত ভয়ংকৰ ঘটনা
মণিপুৰৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ নয়ডাত দক্ষিণ কোৰিয়াৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজনে সুৰাপান কৰি যুৱতীগৰাকীক…
ভূটানৰ জিএমচিৰ প্ৰতিষ্ঠাপক সদস্য হ’ল গৌতম আদানী; ৫,০০০ মেগাৱাটৰ হাইড্ৰ’ চুক্তিত স্বাক্ষৰ
শনিবাৰে জিএমচি কৰ্তৃপক্ষই ঘোষণা কৰে যে আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি (জিএমচি)ত প্ৰতিষ্ঠাপক সদস্য হিচাপে যোগদান কৰিছে। জিএমচি…
আমেৰিকাত প্ৰাক্তন প্ৰেমিকৰ ফ্লেটত উদ্ধাৰ ভাৰতীয় যুৱতীৰ মৃতদেহ; অভিযুক্তই দাখিল কৰিছিল ৰিপোৰ্ট
নৱবৰ্ষৰ দিনা নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী। আমেৰিকাৰ মেৰিলেণ্ডৰ প্ৰেমিকৰ ফ্লেটৰ পৰা উদ্ধাৰ হৈছে এগৰাকী ভাৰতীয় মহিলাৰ ৰক্তাক্ত মৃতদেহ। আৰক্ষীয়ে দাবী কৰিছে যে সেই…
ভাৰতলৈ ক্ৰিকেট দল প্ৰেৰণ নকৰে ইউনিছৰ বাংলাদেশে! বিচিবিয়ে জনাই দিলে আইচিচিক
বাংলাদেশৰ ক্ৰিকেট খেলুৱৈ মুস্তাফিজুৰ ৰহমানক আইপিএলত কে কে আৰৰ পৰা বাদ দিয়াক কেন্দ্ৰ কৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিচিচিআইৰ…
সৰু নহয়! ৫.১ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল অসম; চুবুৰীয়া ৰাজ্যতো অনুভুত কম্পন
সোমবাৰে পুৱতি নিশা ৪:১৭:৪০ বজাত ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে এই ভূমিকম্পৰ উৎপত্তিস্থল অসমৰ…
৯২% জনতাৰ ওচৰত নাই খাদ্য! দুখীয়া দেশ এখনত আমেৰিকাৰ আক্ৰমণ কিয়? কি লুকাই আছে ভেনিজুৱেলাৰ মাটিৰ তলত…
শেহতীয়াকৈ আমেৰিকাই ভেনিজুৱেলাত সামৰিক অভিযান চলাই দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক পণবন্দী কৰিছে। এই ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি…
ভেনিজুৱেলাৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জৰুৰী বৈঠক
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাই আটক কৰি নিউয়ৰ্কলৈ স্থানান্তৰ কৰা বুলি উত্থাপিত দাবীক কেন্দ্ৰ কৰি বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয়…
চাবুৱাত পথ দুৰ্ঘটনা: কথমপি ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ ৰামেশ্বৰ তেলী
অসমৰ চাবুৱাৰ সমীপত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী কথমপি ৰক্ষা…