Author: এন ই নাও নিউজ, গুৱাহাটী
হলিউডৰ জনপ্ৰিয় পৰিচালক ৰব ৰেইনাৰ আৰু তেওঁৰ পত্নীৰ অস্বাভাৱিক মৃত্যু; ঘৰৰ পৰা উদ্ধাৰ মৃতদেহ
‘হোৱেন হেৰী মেট চেলি’কে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ পৰিচালক ৰব ৰেইনাৰ আৰু তেওঁৰ পত্নী মিচেল চিংগাৰ ৰেইনাৰৰ অস্বাভাৱিক মৃত্যু ঘটিছে। কেলিফৰ্ণিয়াৰ ব্ৰেণ্টউডৰ…
কংগ্ৰেছক ‘মোগল’, ৰাহুল গান্ধীক ‘ঔৰংজেৱ’ আখ্যা বিজেপিৰ; তীব্ৰ ৰূপ লৈছে ৰাজনৈতিক সংঘাতে
দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছে ‘ভোট চোৰ, গাদ্দী ছোড়’ শীৰ্ষক এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই সমাৱেশত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা…
দিল্লীত ১০ ঘণ্টাত ২৭টা চিগাৰেট খাব লাগিব মেছিয়ে! অনুৰাগীসকলে চিন্তিত হৈ প্ৰশ্ন ‘আপোনাৰ হাওঁফাওঁৰ বীমা আছেনে?’
ভাৰতত চলি থকা গট কনচাৰ্টৰ অংশ হিচাপে ফুটবলাৰ লিয়নেল মেছি মুম্বাই, কলকাতা আৰু হায়দৰাবাদৰ মাজেৰে আহি এতিয়া ৰাজধানী দিল্লীত উপস্থিত হৈছে। দিল্লীৰ…
বিহাৰত শোকাৱহ ঘটনা: আত্মহননৰ পূৰ্বে ৩ কন্যাক হত্যা পিতৃৰ, কথমপি প্ৰাণ ৰক্ষা দুই পুত্ৰৰ
বিহাৰৰ মুজাফৰপুৰত দেওবাৰে নিশা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। এজন ৩৫ বছৰীয়া লোকে নিজৰ পাঁচটা সন্তানক ডিঙিত চিপ লগাই হত্যাৰ চেষ্টা চলোৱাৰ…
পেকেজড ফুড ব্যৱসায়ত আগ্ৰাসন ৰিলায়েন্সৰ; ৬৬৮ কোটি টকাৰ কোম্পানী অধিগ্ৰহণৰ প্ৰস্তুতি
উদয়ম এগ্ৰ’ ফুডছে জলপান আৰু ৰেডি টু মেক ব্ৰেকফাষ্ট পেকেজড খাদ্য প্ৰস্তুত কৰে। তদুপৰি এই কোম্পানীয়ে ৬৬৮ কোটি টকাৰ বিভিন্ন কৃষি সম্পৰ্কীয়…
দ্বাদশ উত্তীৰ্ণ, চলি আছে ৫টা গোচৰ; বিজেপিৰ নতুন সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি নীতিন নবীন
বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনৰ ওপৰত এতিয়া বৃহৎ দায়িত্ব। বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টি বা বিজেপিৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি। ৪৫ বছৰীয়া নীতিনক…
পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ পৰলোক গমন : অসমৰ সাংবাদিকতাৰ এটা যুগৰ সমাপ্তি
বিশিষ্ট সাংবাদিক তথা ‘দ্য আছাম ট্ৰিবিউন’ গোষ্ঠীৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ঘটিছে। তেওঁ বাৰ্ধক্যজনিত কাৰণত ৯৪ বছৰ বয়সত দেওবাৰে নিশা…
স্তনৰ কৰ্কট ৰোগ: লক্ষণ আৰু চিনাক্তকৰণ
স্তনৰ কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল স্তনৰ বাকী অংশতকৈ পৃথক হোৱা এক পিণ্ড (Lump)। স্তনত এনে পিণ্ড চিনাক্ত হ’লে ই ৮০%…
লাইম ৰোগৰ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে ফৰাচী চাইকেল কিলোমিটাৰ চীন যাত্ৰা
ফ্ৰান্সৰ এজন সাহসী ২৪ বছৰীয়া যুৱকে চাইকেল যাত্ৰাৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিলিয়ান লে গুয়াডাৰে ফ্ৰান্সৰ ৰেনেছস্থিত নিজৰ ঘৰৰ পৰা…
হিন্দুৰ পৰিচয় দি প্ৰেমৰ জালত পেলাই যুৱতীক ধৰ্ষণ! ‘লাভ জেহাদ’ৰ ঘটনাই কঁপাইছে ইন্দোৰ
হিন্দু পৰিচয় দি প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ জালত পেলাই যুৱতীক ধৰ্ষণ আৰু ধৰ্ম সলনি কৰাৰ চেষ্টা! মধ্যপ্ৰদেশৰ ইন্দোৰত লাভ জেহাদৰ এনে…