Author: এন ই নাও নিউজ, গুৱাহাটী
১০৮ কৰ্মচাৰীৰ কৰ্ম বিৰতি, আন্দোলন অব্যাহত : নতুনকৈ নিযুক্তি ৭০০ কৰ্মচাৰী
বিগত পাঁচদিন ধৰি সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই কৰ্মবিৰতিৰে আন্দোলন অব্যাহত ৰখাৰ ফলত ৰাজ্যৰ জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা গুৰুতৰভাৱে ব্যাহত হৈ…
পুনৰ গৰ্ভৱতী সীমা হায়দাৰ! ষষ্ঠটি সন্তানৰ জন্ম দিবলৈ সাজু ‘পাকিস্তানী বোৱাৰী’
পুনৰ গৰ্ভৱতী পাকিস্তানী বোৱাৰী সীমা হায়দাৰ। অতি সোনকালে তেওঁ ষষ্ঠটি সন্তানৰ জন্ম দিব। শেহতীয়াকৈ নিজৰ ইউটিউব চেনেলত এই তথ্য প্ৰকাশ কৰিছে ‘পাকিস্তানী…
পুটিনৰ নৈশ ভোজলৈ নিমন্ত্ৰণ শশী থাৰুৰক, নিমন্ত্ৰণ নাপালে খাৰ্গে, ৰাহুলে; ক্ষোভ প্ৰকাশ কংগ্ৰেছৰ
ভ্ৰমণকাৰী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সন্মানত শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত নৈশ ভোজত কংগ্ৰেছ নেতা তথা তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰ উপস্থিত থাকে। কিন্তু ৰাজ্যসভা…
বৃক্কৰ সমস্যা, লক্ষণ আৰু প্ৰতিকাৰ
বৃক্ক বা কিডনী হৈছে শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, যাৰ প্ৰধান কাম হৈছে তেজৰ পৰা আৱৰ্জনা আৰু অতিৰিক্ত তৰল পদাৰ্থ পৰিস্কাৰ কৰা, শৰীৰত…
”এহ, বাদ দিয়াহে’’ : পুত্ৰ গৌৰৱৰ মুখত শুনা গ’ল পিতৃ তৰুণ গগৈৰ বাণী
”মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক সন্মান দিবলৈ নিবিচাৰে।…
ভাৰত-ৰাছিয়াৰ বৈঠক : দুয়োখন দেশে যৌথভাৱে প্ৰস্তুত কৰিব ভেকচিন আৰু কেন্সাৰ ঔষধ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহি শুকুৰবাৰে আনুষ্ঠানিক বৈঠকত অংশ লয়। নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি…
অসমত ফ্লপ শ্ব’ত পৰিণত জল জীৱন মিছন! লোকসভাত ডাবোল ইঞ্জিন চৰকাৰৰ স্বৰূপ উদঙালে গৌৰৱ গগৈয়ে
অসমত ফ্লপ শ্ব’ত পৰিণত হৈ পৰিছে জল জীৱন মিছন। এই আঁচনিৰ অধীনত ঘৰে ঘৰে পানী যোগানৰ পৰিৱৰ্তে হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰৰ অৱস্থাহে…
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ কৰিলে এছ আই টি-এ : ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিলৰ সম্ভাৱনা
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সদৰী কৰে যে কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা বিশেষ অনুসন্ধানকাৰী দল চমুকৈ এছ আই টিয়ে…
তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ ৰাজ্যপাললৈ পত্ৰ সাংসদ অজিত কুমাৰ ভূঞাৰ
অসম চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ ফচল হিচাপে ১৯৯৪ চনত সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বৰ্তমান এক গভীৰ প্ৰশাসনিক আৰু শৈক্ষিক…
নগাঁৱত পুনৰ প্ৰশাসনৰ বুলড’জাৰ : পুনৰ উদ্ধাৰ ৩৮ বিঘা বেদখলীকৃত বনভূমি
শুকুৰবাৰে নগাঁও জিলা প্ৰশাসনে আৰক্ষী আৰু বন বিভাগৰ সহযোগত ৰূপহীহাটত এক উচ্ছেদ অভিযান চলায়। এই অভিযানত অবৈধভাবে বসবাস কৰা কেইবাটাও পৰিয়ালক উচ্ছেদ…