Author: এন ই নাও নিউজ, গুৱাহাটী
এছ আই আৰ শেষ হোৱাৰ পিছতেই আৰম্ভ হ’ব জনগণনা : ডিজিটেল পদ্ধতিৰে দুটা পৰ্যায়ত সম্পূৰ্ণ কৰা হ’ব এই প্ৰক্ৰিয়া
পশ্চিমবংগৰ লগতে বৰ্তমান ১২খন ৰাজ্যত এছআইআইৰ কাম চলি আছে। এই সময়ছোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জনগণনাৰ বিষয়ে জানিবলৈ দিছে। মঙলবাৰে সংসদত আলোচনাৰ সময়ত…
হত্যাৰ পিছত ছটিয়াই দিছিল জলকীয়া গুড়ি! ‘ক্ৰাইম পেট্ৰ’ল’ চাই ঠিকাদাৰ বীৰেণ তামুলীক হত্যা কৰিছিল ঘাতকে!
ক্ৰাইম পেট্ৰ’ল চাই গুৱাহাটীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ঠিকাদাৰ বীৰেণ তামুলীক গুৱাহাটীৰ চানমাৰিত হত্যা কৰিছিল ঘাতকে। প্ৰায় তিনিমাহৰ অন্তত চানমাৰিৰ এই…
গভীৰ অৰণ্যত চুটকেছৰ ভিতৰত অষ্ট্ৰিয়াৰ ইনফ্লুয়েন্সাৰৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰেমিক
অষ্ট্ৰিয়াৰ ৩১ বছৰীয়া সৌন্দৰ্য্য বিষয়ক জনপ্ৰিয় ইনফ্লুয়েন্সাৰ ষ্টেফানী পাইপাৰৰ মর্মান্তিক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাইপাৰৰ মৃতদেহ স্লোভেনিয়াৰ এখন অৰণ্যত এটা চুটকেছৰ ভিতৰত…
উচ্চতা মাত্ৰ মাত্ৰ ৩ ফুট বাবেই স্বাস্থ্য বিভাগে দিয়া নাছিল অনুমতি : অৱশেষত আইনী যুঁজত জয়ী হৈ চিকিৎসক হ’ল গণেশ বাৰাইয়া
মাত্ৰ তিনি ফুট উচ্চতা, ওজন মাথোঁ ২০ কেজি। ডাক্তৰী ভাষাত ‘ডোৱাৰ্ফিজম’। তেওঁৰ ৭২ শতাংশ শাৰীৰিক প্ৰতিবন্ধকতা আছে। এই সকলো বাধা নেওচি তেওঁ…
‘সঞ্চাৰ সাথী’ App আচলতে আন এটা ‘পেগাছাছ’, মাৰাত্মক অভিযোগ বিৰোধীৰ
কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত নিৰ্দেশ দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। সোমবাৰে কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত এক নিৰ্দেশ…
বিৰোধীৰ অভিযোগ-‘কেন্দ্ৰই SIRক লৈ আলোচনা কৰিবলৈ ভয় কৰিছে’, সদনৰ বাহিৰতো বিৰোধীৰ প্ৰতিবাদ
শীতকালীন সংসদ অধিবেশন আৰম্ভ হোৱাৰ লগে লগে SIRক লৈ সংসদ উত্তপ্ত হৈ পৰিছে। বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়া (SIR)…
মানৱ বোমাৰ ভাবুকি! মুম্বাইলৈ ঘুৰাই অনা হ’ল কুৱেইটৰ পৰা হায়দৰাবাদ অভিমুখী ইণ্ডিগ’ৰ বিমান
‘বিমানত এজন যাত্ৰীৰ ওচৰত বোমা আছে। তেওঁৱেই আক্ৰমণ চলাব।’ ই-মেইলযোগে এই ভাবুকি দিয়া হৈছিল বিমানবন্দৰ কৰ্তৃপক্ষক। কুৱেইটৰ পৰা হায়দৰাবাদ অভিমুখী ইণ্ডিগ’ৰ বিমানত…
সকলো স্মাৰ্টফোনতে বাধ্যতামূলক ‘সঞ্চাৰ সাথী’, ডিলিট কৰিব নোৱাৰিব; গোপনীয়তাক লৈ উদ্বিগ্নতা
চাইবাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে ভাৰতত বিক্ৰী হোৱা প্ৰতিটো নতুন…
তেজপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা! বিয়াগোম দুৰ্নীতিৰ অভিযোগৰ মাজতে বিত্ত বিষয়াৰ পদত্যাগ
তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা আন্দোলনৰ মাজতে সোমবাৰে (১ ডিচেম্বৰ) এক প্ৰত্যাশিত খৱৰ আহিছে। চৌহদত উত্তেজনা বৃদ্ধি পোৱা আৰু তেওঁৰ কাৰ্যকালৰ সৈতে জড়িত…
‘একেবাৰে সুস্থ, সমগ্ৰ দেশ ঘুৰি ফুৰিছে’, উচ্চতম ন্যায়ালয়ত ধৰ্ষণকাৰী আছাৰামৰ জামিন বাতিলৰ দাবী ভুক্তভোগীৰ
ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত হোৱা আছাৰাম বাপু নিজৰ অসুস্থতাক আহিলা হিচাপে লৈ জামিনত ওলাইছে। এই ঘটনাত দোষীৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ…