Author: এন ই নাও নিউজ,গুৱাহাটী
SIR সন্দৰ্ভত অখিলেশ যাদৱঃ দেশবাসীৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ফলত ইংৰাজৰ দাসত্বতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব
সমাজবাদী পাৰ্টিৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে ভাৰতৰ নিৰ্বাচন আয়োগে চলোৱা বিশেষ কঠোৰ সংশোধন (SIR) অভিযানক দেশৰ নাগৰিকসকলৰ বিৰুদ্ধে…
২য় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট ২০২৫: পদক তালিকাৰ শীৰ্ষত অসম
শনিবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত এক জীপাল সামৰণি অনুষ্ঠান আৰু পদক প্ৰদানেৰে দ্বিতীয় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট ২০২৫ৰ সফল…
মাজুলীত ভয়াবহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই! চৰকাৰৰ নিৰ্লিপ্ততাত ক্ষুব্ধ ৰাইজে নিজা ধনেৰে খহনীয়া ৰোধৰ চেষ্টা
সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী এতিয়া সংকটৰ গৰাহত পৰিছে। প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটক মাজুলীৰ অনন্য ৰূপ উপভোগ কৰিবলৈ আহে। কিন্তু খহনীয়াৰ কবলত…
মুনীন বৰকটকী লিখন ফেল’শ্বিপ ২০২৫: ড০ মেঘনা চৌধুৰী আৰু অৰূপ শাণ্ডিল্যলৈ এই সন্মান
মুনীন বৰকটকী স্মাৰক ন্যাসে ২০২৫ বৰ্ষৰ বাবে আগবঢ়োৱা মুনীন বৰকটকী লিখন ফেল’শ্বিপৰ বিজয়ীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই সন্মানীয় ফেল‘শ্বিপৰ বাবে নিৰ্বাচিত…
গুৱাহাটীৰ হেঙেৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড: অগ্নিদগ্ধ হৈ ৯৮ বছৰীয়া বৃদ্ধৰ কৰুণ মৃত্যু
শনিবাৰে বিয়লি গুৱাহাটীৰ হেঙেৰাবাৰী অঞ্চলৰ মন্দিৰৰ সমীপত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ধেমাজিৰ ধৰ্মেশ্বৰ বণিয়া (৯৮) নামৰ এজন বৃদ্ধ অগ্নিদগ্ধ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা সন্দৰ্ভত আলোচনাৰ অনুমতি নিদিয়াত কংগ্ৰেছৰ সদন ত্যাগ
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ শেষ দিনা শনিবাৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ কংগ্ৰেছৰ বিধায়কসকলে শূন্যকালীন ঘণ্টাত প্ৰস্তাৱ দিছিল। কিন্তু অধ্যক্ষই…
‘কোনো সংঘাত নাই, আমি একত্ৰিত’, ব্ৰেকফাষ্ট টেবুল আলোচনাৰ অন্তত ঘোষণা শিৱকুমাৰ-সিদ্দাৰামায়াৰ
শনিবাৰে পুৱা দক্ষিণৰ দুই কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু সিদ্দাৰামায়াক একেলগে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ‘কাৱেৰী’ত ব্ৰেকফাষ্ট টেবুলত দেখা গ’ল। কংগ্ৰেছে সেই…
তৃণমূল কংগ্ৰেছৰ অভিযোগ: পশ্চিম বংগত এছআইআৰ প্ৰক্ৰিয়াৰ বাবে ৪০ জন লোকৰ মৃত্যু
পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ (টিএমচি) এটা প্ৰতিনিধি দলে শুকুৰবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰি এক গুৰুতৰ অভিযোগ…
একাউণ্টত ৩৩১ কোটি টকা, নেতাৰ বিয়াৰ খৰছ আদায় দিলে ৰেপিড’ চালকে, চকু কপালত উঠিল ইডিৰ
পৰিয়ালটো বাইক চলায় পোহপাল দিয়ে যুৱকজনে। আৰু দিল্লীৰ সেই ৰেপিডো চালকজনে এজন যুৱ নেতাৰ বিয়াৰ খৰচ বহন কৰিছিল। উদয়পুৰৰ তাজ পেলেচত অনুষ্ঠিত…
অনলাইন কণ্টেটৰ ক্ষেত্ৰত কঠোৰ সৰ্বোচ্চ ন্যায়ালয়: আধাৰ ভিত্তিক বয়স পৰীক্ষণ, অক্ষমতাৰ, ‘ৰাষ্ট্ৰ বিৰোধী’ বিষয়বস্তুৰ ওপৰত নিয়ন্ত্ৰণৰ আহ্বান
২০২৫ চনৰ ২৮ নৱেম্বৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ শুনানিৰ সময়ত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ছ’চিয়েল মিডিয়া আৰু অ’টিটি প্লেটফৰ্মসমূহ পৰিচালনা কৰিবলৈ অধিক শক্তিশালী নিয়ন্ত্ৰণ…