Author: এন ই নাও নিউজ, গুৱাহাটী
দিল্লীত পুনৰ লিভ-ইন পাৰ্টনাৰক হত্যা! নিশা গাড়ীত মৃতদেহ লুকুৱাই টোপনিত প্ৰেমিক, পুৱাই গ্ৰেপ্তাৰ
দিল্লীত আন এক ভয়ানক হত্যাকাণ্ডৰ ঘটনা। নিজৰ লিভ-ইন পাৰ্টনাৰক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত প্ৰেমিকজনে মৃতদেহটো গাড়ীত পেলাই থৈ শান্তিৰে শুবলৈ ঘৰলৈ যায়।…
অধিকৃত পেলেষ্টাইন ভূখণ্ড আৰু ইজৰাইলৰ ওপৰত ৰাষ্ট্ৰসংঘৰ তদন্ত আয়োগৰ অধ্যক্ষ নিযুক্ত প্ৰাক্তন ন্যায়াধীশ ড° এছ মুৰালিধৰ
ওড়িশা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা জ্যেষ্ঠ অধিবক্তা ড০ এছ মুৰালিধৰক পূব জেৰুজালেম আৰু ইজৰাইলকে ধৰি অধিকৃত পেলেষ্টাইন ভূখণ্ডৰ ওপৰত ৰাষ্ট্ৰসংঘৰ…
ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্যৰ বাবে কোন দায়ী? অশালীন কনটেন্টক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়
ছ’চিয়েল মিডিয়াত লাগ বান্ধ নোহোৱা ভিডিঅ’, অবাঞ্চিত কনটেন্ট আৰু ইউটিউবাৰৰ বিতৰ্কিত মন্তব্য – এই সকলোবোৰৰ বাবে কোন দায়ী? উচ্চতম ন্যায়ালয়ে ‘ইণ্ডিয়াজ গট…
সম্পৰ্কত কেতিয়া তিক্ততা গঢ় লৈ উঠে আৰু কেনেকৈ সমাধান কৰিব? জানি লওক
চ্যাট লিষ্টৰ শীৰ্ষত থকা নামটোও কেতিয়াবা বহু নামৰ ভিৰৰ মাজত তলত পৰি যায়। যিজনৰ লগত কথা পাতি দিনটো আৰম্ভ হৈছিল। এটা সময়ত…
শত্ৰু বাঢ়িছে! নেপালৰ ‘টকা’ত ভাৰতৰ অংশ, পুনৰ মানচিত্ৰক লৈ বিতৰ্ক
বাংলাদেশ আৰু চীনৰ পিছত এইবাৰ নেপাল। এইবাৰ নেপালে নিজৰ মানচিত্ৰত ভাৰতৰ অংশ সামৰি লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। নেপালৰ কেন্দ্ৰীয় বেংকে বৃহস্পতিবাৰে প্ৰৱৰ্তন…
চখৰ বাবে খৰচ কোটি টকা! হাৰিয়ানাত গাড়ীৰ নম্বৰ প্লেট নিলামত বিক্ৰী হ’ল ১.১৭ কোটিত
কোৱা হয় যে চখৰ বাবে খৰচ হয় লাখ টকা। কিন্তু গাড়ীৰ নম্বৰ প্লেটৰ বাবে কিমান টকা দিব পাৰি? বৰ বেছি হ’লে ১…
গেৰুৱা ৰাজ্যত অদ্ভুত মিত্ৰতা! বৈৰী-বন্ধুৰ মিতিৰালিত সৃষ্টি হৈছে বৃহৎ ৰাজনৈতিক আলোড়নৰ
মহাৰাষ্ট্ৰৰ ৰাজনীতিত সংঘটিত হৈছে এক অদ্ভুত ঘটনা, যিয়ে সকলোকে আচৰিত কৰি তুলিছে। কংগ্ৰেছ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে নেতৃত্বাধীন শিৱসেনাই ৰাজ্যখনৰ ওছমানাবাদ জিলাত…
দুৰ্নীতিৰ অভিযোগত পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক ১৪ বছৰৰ কাৰাদণ্ড
পেৰুৰ এখন আদালতে পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক দুৰ্নীতিৰ অপৰাধত ১৪ বছৰৰ কাৰাদণ্ড বিহিছে। দক্ষিণ অঞ্চল মকেগুয়াৰ গৱৰ্ণৰ হৈ থকাৰ সময়তে তেওঁক…
‘জঘন্য, এই ক্ষতি কোনে পূৰণ কৰিব?’, বিজেপি কাৰ্যালয়ৰ বাবে কাটিলে ৪০ডাল গছ, ক্ষুব্ধ উচ্চতম ন্যায়ালয়
হাৰিয়ানাৰ কৰ্ণালত বিজেপিৰ নতুন দলীয় কাৰ্যালয়ৰ পথ বহল কৰিবলৈ প্ৰায় ৪০ ডাল গছ কাটি পেলোৱাৰ বাবে বুধবাৰে উচ্চতম ন্যায়ালয়ত তীব্ৰ সমালোচনাৰ সন্মুখীন…
ছেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদনৰ সপ্তাহচেৰেক পাছতে বিজেপিক ৭৫৮ কোটি টকাৰ চান্দা টাটা গ্ৰুপৰ
দুহেজাৰ চৌবিশ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই তিনিটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদন জনায়। ইয়াৰে দুটা ছেমিকণ্ডাক্টৰ ইউনিটৰ নেতৃত্বত আছিল…