Author: এন ই নাও নিউজ, গুৱাহাটী
নাপালেগৈ কইনাৰ ঘৰ : বৰযাত্ৰীৰ গাড়ীৰ পৰা নামোতেই তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল দৰাৰ
গা বেয়া লগাৰ বাবে ৰাস্তাত গাড়ী ৰখাই নামিছিল বিয়া পাতিবলৈ গৈ থকা দৰা। সেয়াই কাল হ’ল। বিয়াৰ কিছু মুহূৰ্তৰ পূৰ্বেই এক মৰ্মান্তিক…
বিদেশী ডিগ্ৰী স্বীকৃতি আৰু সমতুল্যতা নিৰ্ধাৰণৰ বাবে ইউজিচিৰ নতুন নিয়ম জাৰি
বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) বিদেশী ডিগ্ৰীক স্বীকৃতি দিয়াৰ লগতে বিদেশত ভাৰতীয় ডিগ্ৰীৰ সমতুল্যতা নিৰ্ধাৰণৰ বাবে নতুন নিয়ম জাৰি কৰিছে। এই নিয়মসমূহক আনুষ্ঠানিকভাৱে…
বিশ্ব বক্সিং কাপ, ২০২৫ : ৯ টা সোণসহ ২০ পদকেৰে ইতিহাস ৰচনা ভাৰতীয় বক্সাৰৰ
২০২৫ চনৰ বিশ্ব বক্সিং কাপৰ ফাইনেলত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় বক্সাৰ দলটোৱে। এই প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে মুঠ ২০ টা সোণৰ পদক লাভ…
ন্যায়াধিকৰণৰ সিদ্ধান্তত প্ৰভাৱ পেলোৱাৰ অভিযোগ: অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ আইনৰ অধীনত আইনী ব্যৱস্থাৰ সম্ভাৱনা
এটা কোম্পানীৰ স্বাৰ্থত অনুকূল আদেশ নিশ্চিত কৰিবলৈ ন্যায়াধিকৰণৰ এজন সদস্যক প্ৰভাৱিত কৰাৰ গুৰুতৰ অভিযোগত অৱসৰগ্ৰহণ কৰা উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন মুখ্য ন্যায়াধীশে…
চৰকাৰী গাড়ী এৰি ব্যক্তিগত গাড়ীৰে ঘৰলৈ উভটিল বিদায়ী মুখ্য ন্যায়াধীশ গাভাই ; শপত ল’লে সূৰ্য কান্তই
সোমবাৰে ন্যায়াধীশ সূৰ্য কান্তই ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। তেওঁ সদ্য অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ স্থলাভিষিক্ত হৈছে।…
সন্ত্ৰাসবাদৰ প্ৰতি বিত্তীয় সাহায্য বন্ধ কৰাৰ বাবে যৌথ পদক্ষেপ ভাৰত আৰু ইটালীৰ
ভাৰত আৰু ইটালীয়ে সন্ত্ৰাসবাদৰ প্ৰতি বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ একেলগে কাম কৰিবলৈ সন্মত হৈছে। ২৩ নৱেম্বৰ, দেওবাৰে জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ…
অৰুণাচল চীনৰ অংশ, পাছপ’ৰ্ট কাঢ়ি লৈ ছাংহাই বিমানবন্দৰত হাৰাশাস্তি ভাৰতীয় যুৱতীক
অৰুণাচল প্ৰদেশ চীনৰ অংশ। এই যুক্তিতে চাংহাই বিমানবন্দৰত এগৰাকী ভাৰতীয় যুৱতীক হাৰাশাস্তি কৰা অভিযোগ উঠিছে। দীৰ্ঘসময় ধৰি যুৱতীগৰাকীক আটক কৰি ৰখা হয়।…
বলীউদৰ কিংবদন্তি, চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান; অৱসান ঘটিল এটা যুগৰ
হিন্দী চলচ্চিত্ৰৰ অন্যতম বলিষ্ঠ তথা জনপ্ৰিয় তাৰকা চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ বয়সজনিত ৰোগৰ জটিলতাৰ বাবে ৮৯ বছৰ বয়সত দেহাৱসান ঘটিছে। যোৱা কিছুদিন ধৰি…
মহানগৰীত চাঞ্চল্যকৰ ঘটনা; কাৰ্যালয়তে চৰম পন্থা গ্ৰহণ যুৱতী সাংবাদিকৰ, ৰহস্যৰ গোন্ধ
মহানগৰীত এক চাঞ্চল্যক ঘটনা সংঘটিত হৈছে। বিয়ালৈ মাজত মাত্ৰ ১১দিন বাকী থকা সময়তে আত্মহত্যা কৰিলে এগৰাকী যুৱতী সাংবাদিকে। গুৱাহাটীৰ এটা সংবাদমাধ্যমৰ বাতৰি…
ভিয়েটনামত ভয়াবহ বান আৰু ভূমিস্খলন; কমেও ৯০ জন লোকৰ মৃত্যু, ১২ জন সন্ধানহীন
ভিয়েটনামত নেৰানেপেৰা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ পিছত দেওবাৰে দেশখনৰ পৰিৱেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভয়াবহ বানত ৯০ জন লোকৰ মৃত্যু হৈছ আৰু…