Author: এন ই নাও নিউজ, গুৱাহাটী
অসম-নগালেণ্ড সীমান্ত উৰিয়ামঘাটত প্ৰতিবাদ: ‘হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, অতুল বৰাৰ কাম নাই’ ধ্বনিৰে উত্তাল পৰিস্থিতি
অসম-নগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ উৰিয়ামঘাট অঞ্চলত জীৱনৰ নিৰাপত্তা বিচাৰি সীমান্তবাসী খিলঞ্জীয়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ…
বিজয় ভাষণত ট্ৰাম্পক থকাসৰকা নিউয়ৰ্কৰ নৱনিৰ্বাচিত মেয়ৰ জোহৰাণ মামদানীৰ, দিলে নেহৰুৰ উদ্ধৃতি
আমেৰিকাৰ ৰাজনীতিত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় মূলৰ ব্যক্তিয়ে। নিউয়ৰ্কত প্ৰথম বাৰৰ বাবে মেয়ৰ হিচাপে নিৰ্বাচিত হ’ল এগৰাকী মুছলমান তথা ভাৰতীয় বংশোদ্ভৱৰ এগৰাকী…
নিউয়ৰ্কৰ ৰাজনৈতিক ইতিহাসত সংযোগ হ’ল এক নতুন অধ্যায়ঃ জয়ী হ’ল প্ৰথমগৰাকী ভাৰতীয় মূলৰ প্ৰাৰ্থী
ভাৰতীয় মূলৰ ডেম’ক্ৰেট প্ৰাৰ্থী জোহৰাণ মামদানীয়ে নিউয়ৰ্কৰ ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূৰ্ণ জয়েৰে নিউয়ৰ্ক ষ্টেটৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ মূল প্ৰতিদ্বন্দ্বী আছিল…
পৰিয়াল তন্ত্ৰই গ্ৰাস কৰিছে ভাৰতৰ ৰাজনীতি : এ ডি আৰৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য
শেহতীয়াকৈ কংগ্ৰেছ নেতা শশী থাৰুৰৰ এক বক্তব্যই দলটোৰ ভিতৰচ’ৰাত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে। তেওঁ বংশবাদী ৰাজনীতিক ভাৰতীয় গণতন্ত্ৰৰ বাবে “গুৰুতৰ ভাবুকি” বুলি…
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী
আজি ৫ নৱেম্বৰ। এই দিনটোৱেই আছিল অসমীয়া জাতিৰ বাবে এটা শোকাবহ দিন, যিদিনা বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই এই সংসাৰৰ…
তিনিচুকীয়াত লজ্জাজনক ঘটনা! বিদ্যালয়ৰ পৰা উভতি অহা পথত সপ্তম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষ*ণৰ অভিযোগ
তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহা সময়ত এগৰাকী সপ্তম শ্ৰেণীৰ কিশোৰী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ…
মহিলা স্বাস্থ্য : বগাস্ৰাৱৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানো আহক কাৰণ আৰু প্ৰতিকাৰ
বগা স্ৰাৱ (Vaginal Discharge) মহিলাসকলৰ বাবে এক সম্পূৰ্ণ স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। ই যোনি অঞ্চল পৰিষ্কাৰ, আৰ্দ্ৰ আৰু সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰখাত…
শিশুৰ ডায়েবেটিছ: চিকিৎসকৰ পৰামৰ্শ আৰু স্পষ্টীকৰণ
বৰ্তমান সময়ত শিশুৰ মাজত ডায়েবেটিছ (Type 1 Diabetes) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাটো এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। এই ৰোগক লৈ অভিভাৱকসকলৰ মাজত থকা…
‘POCSO আইনৰ অপব্যৱহাৰ হৈছে, সজাগতা প্ৰয়োজনীয়’- জনস্বাৰ্থ জড়িত আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ মন্তব্য
ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অপব্যৱহাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। আদালতে মত প্ৰকাশ কৰিছে যে…
আৰু চান্দা নালাগে বীৰ লাচিত সেনাক : ঘোষণা শৃংখল চলিহাৰ
বীৰ লাচিত সেনাৰ কেইবাজনো কেন্দ্ৰীয় সদস্যক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পাছত সংগঠনটোৱে কিছু সাংগঠনিক সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মঙলবাৰে…