Author: এন ই নাও নিউজ, গুৱাহাটী
গৌৰৱ গগৈ ১০০% ‘পাকিস্তানী এজেণ্ট’, সময়ত প্ৰমাণ দিম : আকৌ শূন্যত গদা ঘূৰাইছে হিমন্ত বিশ্ব শৰ্মাই!
অসমৰ ৰাজনীতি পুনৰ উত্তাল হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক পুনৰ…
মাত্ৰ ২৬ ছেকেণ্ডতে ইস্তাহাৰ মুকলি মঞ্চ ত্যাগ নীতিশৰ; নতুন ‘জুমলা’ক লৈ কটাক্ষ বিৰোধীৰ
মাত্ৰ ২৬ ছেকেণ্ড! সম্ভৱতঃ স্বাধীন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ চুটি নিৰ্বাচনী ইস্তাহাৰ মুকলিৰ অনুষ্ঠান। শুকুৰবাৰে পুৱা পাটনাত অবিৰত বৰষুণত এন ডি এৰ…
মানুহৰ লাওখোলা চুৰি কৰা এটা চোৰৰ কাহিনী! শেষ বয়সত অনুশোচনাত ভুগি কৰিলে আজৱ কাণ্ড
ভিয়েনাট সংঘটিত হৈছে এক আমোদজনক ঘটনা। ৬০ বছৰৰ পাছত চুৰি সামগ্ৰী ঘূৰাই দিলে চোৰে। উত্তৰ জাৰ্মানীৰ এজন লোকে ৬০ বছৰ পূৰ্বে ভিয়েনাৰ…
ধৰ্ষণ, নিৰ্যাতনৰ অপৰাধত পাঁচ বছৰতকৈও অধিক কালৰ কাৰাদণ্ড অষ্ট্ৰেলিয়াৰ ৰাজনীতিবিদক
শুকুৰবাৰে (৩১ অক্টোবৰ, ২০২৫) ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত দেশখনৰ এগৰাকী প্ৰাক্তন সাংসদক অষ্ট্ৰেলিয়াৰ এগৰাকী ন্যায়াধীশে পাঁচ বছৰতকৈও অধিক কালৰ বাবে কাৰাদণ্ড…
নিৰ্বাচনৰ পিছতেই তাঞ্জানিয়াত ভয়ংকৰ পৰিস্থিতি : প্ৰায় ৭০০ প্ৰতিবাদকাৰীৰ মৃত্যু
বুধবাৰৰ সাধাৰণ নিৰ্বাচনৰ পিছত তিনিদিনীয়া প্ৰতিবাদৰ সময়ত শ শ লোকৰ মৃত্যু হৈছে বুলি তাঞ্জানিয়াৰ মূল বিৰোধী দলটোৱে প্ৰকাশ কৰিছে। মৃত্যুৰ সংখ্যাৰ সন্দৰ্ভত…
জুবিন গাৰ্গৰ মৃত্যুৰ বহু অজ্ঞাত তথ্য সন্নিবিষ্ট হ’ব SITৰ প্ৰতিবেদনত! দাবী মুখ্যমন্ত্ৰীৰ, অপেক্ষা অনুৰাগীৰ
এক নিৰ্দিষ্ট সময়তে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা দাখিল কৰিব বিশেষ তদন্তকাৰী দলে। এছ আই টিৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যুৰ বহু অজ্ঞাত…
ড্ৰাগছ সৰবৰাহ ৰোধৰ নামত নিৰ্দ্বিধাই হত্যা! ট্ৰাম্প চৰকাৰক সকীয়নি ৰাষ্ট্ৰসংঘৰ
বিগত দুমাহত কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰত ড্ৰাগছ সৰবৰাহৰ সন্দেহত আমেৰিকাই চলোৱা মাৰাত্মক আক্ৰমণক লৈ ৰাষ্ট্ৰসংঘই কঠোৰ সতৰ্কবাণী দিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী…
হঠাৎ গুৰুতৰভাৱে অসুস্থ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত! ভৰ্তি চিকিৎসালয়ত
শিৱসেনাৰ উদ্ধৱ শিবিৰৰ অন্যতম নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউত অসুস্থ। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা…
তৰুণ-তৰুণীৰ মাজত কিয় ইমান বৃদ্ধি পাইছে হৃদৰোগৰ সমস্যা?
যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সমস্যা বৃদ্ধি পোৱাৰ মুখ্য কাৰণসমূহ হৈছে তেওঁলোকৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু ইয়াৰ ফলত সৃষ্টি হোৱা স্বাস্থ্যজনিত সমস্যাসমূহ। তলত ইয়াৰ মূল…
তেজপুৰ বিশ্ববিদ্যালয়ত কিতাপ আৰু ই-সম্পদ ক্ৰয়ত ব্যাপক অনিয়ম: উপাচাৰ্যৰ বৰ্খাস্তৰ দাবী শিক্ষক-শিক্ষাৰ্থীৰ
তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাই ২০২৪-২৫ বিত্তীয় বৰ্ষত কিতাপ আৰু ই-সম্পদ ক্ৰয়ত হোৱা অনিয়মক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এই বিষয়ে এক…